DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথত একেদিনাই পুনৰ ১১ জন ব্যক্তিৰ কোভিড-১৯ পজিটিভ : দিনটোত ২৪ জনলৈ বৃদ্ধি আক্ৰান্ত

প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনত পজিটিভৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি; তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
June 4, 2020 2:35 pm
102 persons test COVID-19 positive in Tripura

প্ৰতিনিধিত্বমূলক ফটো

272
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথত একেটা দিনতে পুনৰ ১১ জন লোকৰ ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছে।

বহিঃৰাজ্যৰ পৰা স্ব-গৃহমুখী হোৱা আৰু  জিলাখনৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা এই আক্ৰান্ত ১১ জন ব্যক্তি হৈছে দিগন্ত ঘিমিৰে(কৰৈয়নী), অমৃত চেত্ৰী (নিজ বাঘমাৰী), থুংচাঙ দৈমাৰী (বালিজুুৰি), বিকাশ অধিকাৰী(গহপুৰ), অজয় প্ৰধান (গহপুৰ), নবীন তিৱাৰী (দীপৰা পুখুৰী), দুৰ্গা শৰ্মা (গমিৰি), জগন্নাথ কৈৰালা (দীপৰা পুখুৰী), ৰমেন মহন্ত (গমিৰি), দীনেশ ঢাকাল(দীপৰা পুখুৰী) আৰু  লীলা তিৱাৰী (দীপৰা পুখুৰী)।

উল্লেখ্য যে, ইয়াৰে প্ৰথম দুজন বিশ্বনাথ মহাবিদ্যালয় চৌহদত থকা কোৱাৰেন্টাইন কেন্দ্ৰৰ।

অন্য তিনিজন পাভৈ এম. এচ. দি. পি. হোষ্টেলৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ আছিল।

শেষৰ ৬ জন গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয় চৌহদত থকা কোৱাৰেন্টাইন কেন্দ্ৰত প্ৰতিষ্ঠানিক কোৱাৰেন্টাইন হৈ আছিল।

উল্লেখ্য যে আজিৰ দিনটোত ইতিমধ্যে আন ১৩ জন লোকৰ ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছিল।

সেই অনুসৰি আজিৰ দিনটোতে মুঠ ২৪ জন লোকৰ ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছে।

ইয়াৰ লগে লগে বিশ্বনাথ জিলাখনৰ কোৱাৰেন্টাইন কেন্দ্ৰত কোভিড-১৯ পজিটিভ লোকৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি পালে ।

Tags: COVID-19

Recent News

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd