DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ৰ ৰাজপথত তাজিয়া প্ৰদৰ্শনৰ নামত উদ্ভণ্ডালি; আৰক্ষীৰ জালত ফুলকান আলী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2019 11:26 am
Dibrugarh Story

আটক হোৱা ফুলকান আলী

3.5k
VIEWS
Share on FacebookShare on Twitter

মহৰমৰ দিনা ডিব্ৰুগড়ৰ ৰাজপথত একাংশ উন্মত্ত লোকে তাজিয়া প্ৰদৰ্শনৰ নামত পথত ৰখাই থোৱা বাহনৰ ক্ষতিসাধন কৰি চৰম উদ্ভণ্ডালি প্ৰদৰ্শন কৰি এক অস্থিৰ আৰু আতংকময় পৰিস্থিৰ সৃষ্টি কৰাৰ পাছত আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকা এজন যুৱকক আটক কৰে।

আৰক্ষীয়ে আটক কৰা যুৱকজন ফুলকান আলী(২৪) বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে বুধবাৰে ডিব্ৰুগড়ৰ মিৰজাবাগৰ পৰা যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত ১০ ছেপ্তেম্বৰত ডিব্ৰুগড় আৰক্ষীয়ে ১৫২৩/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল।

উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ ৰাজপথত মহৰমৰ দিনাখন তাজিয়া প্ৰদৰ্শনৰ নামত একাংশ লোকে প্ৰদৰ্শন কৰা উদ্ভণ্ডালিক সহজভাৱে ল’ব পৰা নাই স্থানীয় লোকসকলে।

ডিব্ৰুগড়ৰ জনসাধাৰণে এই ক্ষেত্ৰত শীঘ্ৰই আৰক্ষী আৰু জিলা প্ৰশাসনক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ বাবে আহ্বান জনাইছে।

Recent News

WhatsApp আহিছে নতুন ফিচাৰঃ হোৱাটছএপ অনলাইন হৈ থাকিলেও আনে নাপাব গম

WhatsApp আহিছে নতুন ফিচাৰঃ হোৱাটছএপ অনলাইন হৈ থাকিলেও আনে নাপাব গম

এতিয়া অসমত বানপানীৰ পৰিবেশ; বানপানীৰ সময়ত লবলগীয়া সজাগতামূলক কথাবোৰ আপুনি জানেনে?

এতিয়া অসমত বানপানীৰ পৰিবেশ; বানপানীৰ সময়ত লবলগীয়া সজাগতামূলক কথাবোৰ আপুনি জানেনে?

COVID19-1-750x375

BA.2.75 নতুন ৰূপত কোভিড! দেশৰ ১০ খন ৰাজ্যত কোভিডৰ অমিক্ৰন প্ৰজাতিৰ নতুন উপ-প্ৰজাতি চিনাক্ত

Hiren Gohain

গণতন্ত্ৰৰ জয়যাত্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd