• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জন্মাষ্টমী উপলক্ষ্যে কাইলৈ চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব সকলো চৰকাৰী কাৰ্য্যালয় আৰু শিক্ষানুষ্ঠান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 22, 2019 6:53 pm

1 min read

janmastami holiday

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

956
VIEWS
Share on FacebookShare on Twitter

শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষ্যে অসম চৰকাৰে ৰাজ্যত ২৩ আগষ্ট শুকুৰবাৰে চৰকাৰী বন্ধ ঘোষণা কৰে।

চৰকাৰী বন্ধৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে ৰাজ্যৰ সকলো চৰকাৰী কাৰ্য্যালয়ৰ লগতে শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব।

উল্লেখযোগ্য যে, পূৰ্বে ২৪ আগষ্ট, শনিবাৰে চৰকাৰে ৰাজ্যত চৰকাৰী বন্ধ ঘোষণা কৰিছিল।

গুৱাহাটী মহানগৰ জিলা ব্ৰাহ্মণ সমাজে চৰকাৰক ২৪ আগষ্টৰ পৰিবৰ্তে ২৩ আগষ্টত বন্ধ ঘোষণা কৰিবলৈ আহ্বান জনাইছিল।

তেওঁলোকে পঞ্জিকামতে ২৪ আগষ্ট নৱমী তিথি আৰু ২৩ আগষ্ট অষ্টমী তিথি বুলি উল্লেখ কৰি কয় যে অষ্টমী তিথিতহে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়।

চৰকাৰে ২৩ আগষ্ট শুকুৰবাৰে চৰকাৰী বন্ধ ঘোষণা কৰাৰ পাছত এতিয়া ২৪ আগষ্টত চতুৰ্থ শনিবাৰ আৰু ২৫ আগষ্ট বৰিবাৰ অৰ্থাৎ তিনিদিনৰ বাবে চৰকাৰী কাৰ্য্যালয়সমূহ বন্ধ থাকিব।

উল্লেখযোগ্য যে, সমগ্ৰ ৰাজ্যৰ সত্ৰ, নামঘৰ আদিত শুকুৰবাৰে আয়তি-ভকত তথা ভক্তপ্ৰাণ ৰাইজসকলে নাম-কীৰ্তন কৰি উলহ মালহেৰে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন কৰিব।

Recent News

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd