• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

একে দিনাই শিৱসাগৰ নগৰৰ দুটা স্থানত ক’নটেইনমেন্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ

দুটাকৈ অঞ্চলক কনটেইনমেন্ট জ'ন ঘোষণা কৰাত জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , June 28, 2020 8:33 pm

1 min read

20200628_184536
1.7k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ ১৪ নং বাৰ্ডৰ গোহাঁইচুক আৰু ৭ নং ৱাৰ্ডৰ শান্তিবন আশ্ৰম পথ কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে।

১৪ নং ৱাৰ্ডৰ সূৰ্যলতা গগৈ নামৰ মহিলা গৰাকীৰ দেহত কোভিড ১৯ পজিটিভ পোৱাৰ পিছতে আজি ৭ নং ৱাৰ্ডৰ প্ৰদীপ কাকতি নামৰ আন এজন ব্যক্তিৰ দেহত ধৰা পৰে কোভিড১৯ পজিটিভ।

 ভগ্নীৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ যোৱা ৭ নং ৱাৰ্ডৰ প্ৰদীপ কাকতি নামৰ ব্যক্তিজনে গুৱাহাটীৰ উলুবাৰীত স্বাব টেষ্ট কৰিছিল আৰু শনিবাৰে তেওঁ প্ৰথমে এখন ট্ৰেভেলাত নগাঁৱলৈ আহিছিল।

নগাঁৱৰ পৰা এখন এম্বুলেঞ্চত যোৰহাটলৈ আহিছিল আৰু যোৰহাটৰ পৰা তেওঁক পুত্ৰই এখন গাড়ীৰে শিৱসাগৰলৈ আনিছিল।

আজি গুৱাহাটীৰ পৰা শিৱসাগৰ জিলা উপায়ুক্তক প্ৰদীক কাকতিৰ দেহত কোভিড পজিটিভ পোৱা বুলি ফোনযোগে জনায়।

শিৱসাগৰ জিলা প্ৰশাসনে লগে লগে প্ৰদীপ কাকতিক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু ৭ নং ৱাৰ্ড কনটেইমেন্ট জ’ন হিচাপে ঘোষণা কৰে।

আনহাতে শিৱসাগৰ প্ৰশাসনে প্ৰদীপ কাকতিৰ সংস্পৰ্শলৈ অহা সকলো লোকক সোমবাৰৰ ভিতৰত চিনাক্ত কৰি কোৱাৰেন্টাই বা হোম কোৱাৰেন্টাইন কৰিব বুলি জানিবলৈ দিয়ে।

একে দিনাই শিৱসাগৰৰ দুটা অঞ্চল কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা হোৱাত জনসাধাৰণৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয়।

জনসাধাৰণক আতংকিত নহবলৈ আহ্বান জনোৱাৰ লগতে যদি কোনো ব্যক্তি প্ৰদীপ কাকতিৰ সংস্পৰ্শলৈ আহিছিল তেওঁক স্বাস্থ্য বিভাগ বা প্ৰশাসনৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে জিলা প্ৰশাসনে।

Recent News

Screenshot_2021-03-07-16-19-35_1(1)

টীয়কত যোৰহাট জিলা কেওট জাতীয় পৰিষদৰ ত্রি-বাৰ্ষিক অধিবেশন সম্পন্ন

ভাৰতলৈ উভটি আহিল আইপিএল, বিচিচিআইৰ সিদ্ধান্তক আদৰণি আৰ পি সিঙৰ

ভাৰতলৈ উভটি আহিল আইপিএল, বিচিচিআইৰ সিদ্ধান্তক আদৰণি আৰ পি সিঙৰ

index

দুধনৈত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী : কৃষ্ণাইৰ বিজেপি কাৰ্যালয়ত তলা ক্ষোভিত নেতা কৰ্মীৰ

20201207_1907131-750x376

স্বার্থ, ভোট বিভাজন ৰোধ : নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজলৰ দলৰ তিনি শীৰ্ষ নেতাই!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd