• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম পৰ্যটনৰ প্ৰাক্তন ব্ৰ্যাণ্ড এম্বেছাদৰৰ বিৰুদ্ধে অভিযোগ তুলি ৰাষ্ট্ৰসংঘত লজ্জিত হ’ল পাকিস্তান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 24, 2019 8:10 am

1 min read

PRIYANKA-AT-JAWAN-13636

ভাৰতীয় সৈন্যৰ সৈতে প্ৰিয়ংক চোপ্ৰা। উৎস-ইণ্টাৰনেট

3k
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ পৰা বিজপি শাসিত কেন্দ্ৰীয় চৰকাৰে অনুচ্ছেদ ৩৭৭ আৰু ৩৫(এ) বাতিল কৰাৰ পাছত ইয়াৰ প্ৰতিবাদ কৰিবলৈ গৈ বিশ্ব সম্প্ৰদায়ৰ ওচৰত বাৰে বাৰে লজ্জিত হৈছে পাকিস্তান।

এইবাৰ অভিনেত্ৰী তথা অসম পৰ্যটনৰ ব্যাণ্ড এম্বেছাদৰ প্ৰিয়ংকা চোপ্ৰাক ইউনিচেফৰ গুডউইল এম্বেছাদৰৰ পৰা বহিস্কাৰ কৰাৰ বাবে পাকিস্তানে জনোৱা আবেদন নাকচ কৰে ৰাষ্ট্ৰসংঘই।

প্ৰিয়ংকাই টুইটাৰত দেশৰ সেনাবাহিনীৰ সমৰ্থন কৰি প্ৰশংসা সূচক পোষ্ট দিয়াৰ পাছতে পাকিস্তানে এই সম্পৰ্কে ৰাষ্ট্ৰসংঘৰ কাষ চাপে।

পাকিস্তানৰ ইমৰান খান কেবিনেটৰ মন্ত্ৰী শ্বিৰিন মাজাৰিয়ে প্ৰিয়ংকা বিৰুদ্ধে অভিযোগ লৈ চলিত সপ্তাহতে ৰাষ্ট্ৰসংঘৰ ওচৰত ইউনিছেফৰ পৰা প্ৰিয়ংকাক বহিস্কাৰৰ বাবে দাবী জনাইছিল।

আনহাতে, পাকিস্তানৰ অভিযোগৰ বিপৰীতে মত প্ৰকাশ কৰি ৰাষ্ট্ৰ সংঘৰ সচিৱ প্ৰধান এণ্টনিঅ’ গুৱেটৰেছৰ মুখপাত্ৰ ষ্টেফেন দুজাৰিয়ে ইউনিছেফৰ গুডউইল এম্বেছাদৰ সকল বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু তেওঁলোকৰ নিজাববীয়াকৈ মত প্ৰকাশৰ অধিকাৰ আছে বুলি কয়।

উল্লেখযোগ্য যে, চোপ্ৰাই বালাকোট এয়াৰ ষ্ট্ৰাইকৰ পাছতে ভাৰতীয় সৈন্যৰ সমৰ্থনত টুইটাৰ যোগে পোষ্ট দিছিল।

Recent News

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd