• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Bajaj Qute: Alto-তকৈ সস্তা! এই সৰু গাড়ীখনত পাব ৩৫ কিলোমিটাৰ মাইলেজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2022 12:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Know the price and mileage of Bajaj Qute ভাৰতত ৫ লাখ টকাৰ তলত Maruti Alto, Renault Kwid-ৰ দৰে গাড়ীবোৰ অতি জনপ্ৰিয়। এই গাড়ীবোৰে তেওঁলোকৰ কম মূল্যত অধিক মাইলেজৰ বাবে দেশৰ গ্ৰাহকসকলক আকৰ্ষণ কৰিছে। কিন্তু আপোনাৰ বাব ভাল খৱৰটো হ’ল যে অতি কম মূল্যত বজাৰলৈ আহিছে এনে এখন কোৱাড্ৰিচাইকেল যিয়ে আপোনাক সাংঘাতিক মাইলেজ দিব।

Bajaj Qute বা Bajaj RE60 এনে এখন গাড়ী যি গতিৰ লগতে আপোনাক এক আৰামদায়ক যাত্ৰাত সহায় কৰিব। মহাৰাষ্ট্ৰত এই গাড়ীখনৰ এক্স-শ্ব’ৰুম মূল্য মাত্ৰ ২.৬৪ লাখ টকাৰ পৰা আৰম্ভ হৈছে। আপুনি যদি সস্তাত এখন গাড়ী কিনাৰ কথা ভাৱিছে তেন্তে আপুনি Bajaj Qute চাই ল’ব পাৰে।

Apply Now

কম দামৰ লগতে এই গাড়ীখনে দিব সাংঘাতিক মাইলেজ। সেইকাৰণে এই গাড়ীখনৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়ি আহিছে। যদিও বহুতেই লকৰ বাবে এই গাড়ীখন ক্ৰয় কৰাৰ সিদ্ধান্তত থমকি ৰৈছে, আন বহুলোকে কিন্তু মাইলেজৰ বাবেই এই গাড়ীখন ঘৰলৈ আনিছে।

যদি পৰিয়ালৰ বাবে আপুনি সৰু গাড়ী বিচাৰে তেন্তে Bajaj Qute ব্যৱহাৰ চাব পাৰে। চাৰিটা চিটৰ এই গাড়ীখনত 216.6 cc ইঞ্জিন আছে। লিকুইড কুলড DTS-i ইঞ্জিন ব্যৱহাৰ কৰা হৈছে। এই গাড়ীখন পেট্ৰ’ল আৰু CNG দুয়োটা বিকল্পত ক্ৰয় কৰিব পাৰি। পেট্ৰ’ল ইঞ্জিনত সৰ্বাধিক 13.1 PS শক্তি আৰু 18.9 Nm টৰ্ক উপলব্ধ আছে।

ভাৰতত Maruti Alto ৰ মূল্য ৩.৩৯ লাখ টকাৰ পৰা আৰম্ভ হয়। আনহাতে, Renault Kwid ৰ বেছ মডেলৰ মূল্য ৪.৬৪ লাখ টকা।

বাজাজ অটোৱে ইতিমধ্যে এই গাড়ীখনৰ বৈদ্যুতিক সংস্কৰণ বজাৰলৈ অনাৰ ইচ্ছা প্ৰকাশ কৰিছে। দুচকীয়া আৰু তিনিচকীয়া বৈদ্যুতিক গাড়ী বজাৰলৈ অনাৰ পিছত এই চাৰিচকীয়া বৈদ্যুতিক গাড়ী বজাৰলৈ আহিব পাৰে। অৱশ্যে, কোম্পানীটোৰ কৰ্তৃপক্ষই Bajaj Qute ৰ বৈদ্যুতিক সংস্কৰণ কেতিয়া বজাৰলৈ আহিব সেই বিষয়ে সদৰী কৰা নাই।

অৱশ্যে Bajaj Qute-য়ে ইমান দিন ধৰি এই বজাৰত আধিপত্য বিস্তাৰ কৰি আহিছে যদিও মহিন্দ্ৰাই এইবাৰ কোৱাড্ৰিচাইকেল বজাৰত প্ৰৱেশ কৰিবলৈ আগবাঢ়িছে। কোম্পানীৰ Atom সোনকালেই বজাৰলৈ আহিব। মহিন্দ্ৰাই চলিত বিত্তীয় বৰ্ষতে এই কোৱাড্ৰিচাইকেল মুকলি কৰাৰ সম্ভাৱনা আছে। কোম্পানীটোৱে অৱশ্যে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd