• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ : এগৰাকীক গ্ৰেপ্তাৰ আৰক্ষীৰ

Smita Addy স্মিতা ভট্টাচাৰ্য
যোৰহাট , September 13, 2020 3:27 pm

1 min read

Story-1-22-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

270
VIEWS
Share on FacebookShare on Twitter

যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এগৰাকী কৰ্তব্যৰত চিকিৎসক আক্ৰমণ কৰাৰ অবিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী লোকক।

ঘটনাৰ বিৱৰণীৰ মতে শনিবাৰে বোকাখাতৰ ইশানজ্যোতি শইকীয়া নামৰ লোকজনৰ কোভিডত আক্ৰান্ত পিতৃ অৰূপজ্যোতি শইকীয়াৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত মৃত্যু হয়।

ইশানজ্যোতি শইকীয়াই ডাঃ দীপজ্যোতি শইকীয়া নামৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসকজনৰ অৱহেলাৰ বাবে পিতৃৰ মৃত্যু হোৱাৰ অভিযোগ তুলি চিকিৎসকগৰাকীক আক্ৰমণ কৰে।

শনিবাৰে সন্ধিয়া আক্ৰমণন বলি হোৱা চিকিৎসক গৰাকীয়ে যোৰহাট সদৰ থানাত এই সন্দৰ্ভত এক অভিযোগ দাখিল কৰে।

চিকিৎসক ডাঃ দীপজ্যোতি শইকীয়াৰ অভিযোগৰ ভিত্তি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৩২/৩৬৩ৰ অধীনত গোচৰ ৰুজু কৰি অভিযুক্ত ইশানজ্যোতি শইকীয়াক শনিবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰিছে।

ইফালে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই সংবাদ মাধম্যৰ আগত কয় যে ৮০ উৰ্দ্ধৰ মধুমেহ ৰোগত আক্ৰান্ত অৰূপ জ্যোতি শইকীয়াক কোভিড পজিটিভ ধৰা পৰাত শুকুৰবাৰে পুৱা ভাগত JMCHত ভৰ্তি কৰোৱা হৈছিল।

“শনিবাৰে পুৱা তেওঁক আইচিইউলৈ প্ৰেৰণ কৰিবলৈ আইচিইউত বিচনা নাছিল। দুৰ্ভাগ্যবশতঃ শনিবাৰেই ৰোগীজনৰ মৃত্যু ঘটে। ইয়াৰ পিছতে ইশানজ্যোতিৰসহ মৃত ৰোগীজনৰ দুই পুত্ৰই কৰ্তব্যৰত চিকিৎসক ডাঃ দীপজ্যোতি শইকীয়াক আক্ৰমণ কৰে।” ডাঃ বৰুৱাই কয়।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd