DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছ’চিয়েল মিডিয়াত মুখ্য মন্ত্ৰী বিপ্লৱ দেবৰ বিৰুদ্ধে অপমানজনক পোষ্ট দি গ্ৰেপ্তাৰ হোৱা বিজেপি কৰ্মীক জামিন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2019 7:17 am
Bishal singh

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বিশাল সিং।

3.8k
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী বিপ্লৱ দেবৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত অপমানজনক পোষ্ট দি গ্ৰেপ্তাৰ হোৱা বিজেপি কৰ্মীক আদালতে জামিন দিছে।

কৰ্মীজনৰ নাম বিশাল সিং আৰু তেওঁ এম বি বি মহাবিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে।

ছাত্ৰ-কৰ্মীজনৰ পোষ্টটো মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ চকুত পৰাৰ পিছতে কাৰ্য্যালয়টোৱে আৰক্ষীক ইয়াৰ বিষয়ে অৱগত কৰে আৰু চাবৰুম আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তেওঁক চাবৰুম নগৰখনত থকা তেওঁৰ ঘৰৰ পৰা ১৬ ছেপ্টেম্বৰৰ ৰাতি গ্ৰেপ্তাৰ কৰিছিল।

তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৪, ৫০৪, ৫০০, ৫০৬ আৰু ১২০ বি ধাৰাত গোচৰ ৰুজু হৈছিল আৰু চাবৰুম আৰক্ষীয়ে তেওঁক চাবৰুম নগৰখনত থকা তেওঁৰ ঘৰৰ পৰা।

১৭ ছেপ্টেম্বৰৰ পুৱাই আৰক্ষীৰ চাইবাৰ চেলৰ এটা দল বিষয়টো অনুসন্ধানৰ বাবে চাবৰুম নগৰলৈ যায়।

আৰক্ষীয়ে তেওঁক চাবৰুম আদালতত হাজিৰ কৰায় আৰু আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে।

চৰকাৰে চৰকাৰী চিকিৎসালয়বোৰত আগ বঢ়োৱা চিকিৎসাসেৱাবোৰত মাচুল আৰোপ কৰাৰ পিছতে বিজেপি কৰ্মীজনে অপমানজনক পোষ্টটো দিয়া বুজি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

১৭ ছেপ্টেম্বৰত ৰাজ্যখনৰ কংগ্ৰেছ নেতা সুবাল ভৌমিকে এখন সংবাদমেলত ছাত্ৰ-কৰ্মীজনৰ গ্ৰেপ্তাৰক গৰিহণা দি কয়, ”চৰকাৰখনে স্বৈৰতন্ত্ৰৰ দৰে কাম কৰিছে”।

তেওঁৰ অভিযোগ, যোৱা কেইমাহ মানত মুখ্য মন্ত্ৰী বা চৰকাৰক সমালোচনা কৰা বাবেই নিচেই কমেও ৪০০জনক আটক কৰা হৈছে। এনেকুৱা পূৰ্বে কেতিয়াও হোৱা নাছিল।

Recent News

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Bio Refinery Private Limited

Assam Career : অসম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডত পদ খালী, কিদৰে কৰিব আবেদন?

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd