DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হত্যাকাণ্ড : ইছলিম আলীৰ আক্ৰমণত নিহত চন্দন ধৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 17, 2019 2:35 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মঙলবাৰে সংঘটিত হৈছে এক হত্যাকাণ্ড। ৰোগীৰ এটেনডেন্ট ইছলিম আলি নামৰ এজন লোকে আন এজন এটেনডেন্ট চন্দন ধৰ নামৰ ব্যক্তিক হত্যা কৰে।

মঙলবাৰে পুৱা প্ৰায় ৬ বজাত সংঘটিত হয় এই হত্যাকাণ্ড। আৰক্ষীয়ে হত্যাকাৰী ইছলিম আলীক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে, ইছলিম আলি আৰু চন্দন ধৰ দুয়োজনৰে পত্নী চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰসূতি বিভাগৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল।

ধৃত ইছলিমৰ ঘৰ বিজনীৰ শুনাইকলাত বুলি জানিব পৰা গৈছে। আনহাতে,মৃত চন্দন ধৰৰ ঘৰ বশিষ্ঠ চাৰিআলিৰ নতুন বজাৰত।

ইতিমধ্যে আৰক্ষীয়ে ৩৯৯/১৯ গোচৰত তথা ৩০২ ধাৰাত অভিযুক্ত ইছলিম আলীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

ঘটনা বিবৰণী অনুসৰি, পুৱা মৃত চন্দন ধৰে হাতত পানী লৈ গৈ থকা অৱস্থাত মূৰ ঘূৰাই বিপৰীত দিশৰ পৰা আহি থকা ইছলিম আলিৰ পত্নীৰ গাত ঢলি পৰি যায়।

ইয়াৰ পাছতে পত্নীৰ লগত থকা ইছলিমে চন্দনক আক্ৰমণ কৰে। ইছলিমৰ আক্ৰমণৰ ফলত চন্দন থিতাতে নিহত হয়।

Recent News

Chess গুৱাহাটী দবা একাডেমীৰ অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতা

Chessসদৌ অসম অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১৯বছৰ অনলাইন দবা প্ৰতিযোগিতা

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd