• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত মহিলাক ধন দাবী কৰা ভুৱা উগ্ৰপন্থীক গ্ৰেপ্তাৰ

NE NOW NEWS বিদ্যুত জ্যোতি বৰা
চামগুৰি , November 29, 2019 9:04 pm

1 min read

5add6794-4e91-46f3-bffd-d6d0fe442436

ফটো : নৰ্থ-ইষ্ট নাও

1.4k
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰদলত আজি দুপৰীয়া আৰক্ষীৰ অভিযানত এটা ভুৱা উগ্ৰপন্থীক কৰায়ত্ব কৰা ঘটনাই সমগ্ৰ জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে চামগুৰি বৰদলৰ চামেল তিৰ্কী (২৯) নামৰ যুৱকজনক আজি পুৱতিনিশা চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জীৱন পি মাৰাকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে বৰদলত অভিযান চলাই কৰায়ত্ব কৰে।

বিগত সময়ত একে গাঁৱৰে দিপীকা কেটকেটা নামৰ মহিলা গৰাকীক ৭৬৩৫৯৬০৮৯০ নম্বৰ মোবাইলেৰে এছ এম এছ কৰি পঞ্চাশ হাজাৰ টকা ধন দাবী কৰিছিল চামেল তিৰ্কীয়ে।

ধন দাবীৰ সময়ত চামেল তিৰ্কীয়ে নিজকে কাৰ্বি উগ্ৰপন্থীৰ মুখ্য সেনাধ্যক্ষ বুলি উল্লেখ কৰি ২৮ নৱেম্বৰৰ ভিতৰত পঞ্চাশ হাজাৰ টকা দিবলৈ কৈছিল। কিন্তু ধন দাবী কৰাৰ দিনাই অথাৎ ২৬ নৱেম্বৰৰ নিশা দিপীকা কেটকেটায়ে উক্ত মোবাইল ফোনৰ গৰাকীৰ বিৰুদ্ধে চামগুৰি থানাত এজাহাৰ দাখিল কৰে।

পৰৱৰ্তী সময়ত চামগুৰি আৰক্ষীয়ে উক্ত বিষয়ত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি আজি অভিযানত বৰদলস্থিত ঘৰৰ পৰা চামেলক কৰায়ত্ব কৰাৰ উপৰি উক্ত মোবাইল ফোনটো জব্দ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে চামগুৰি আৰক্ষীয়ে ৬১৮/১৯ নং গোচৰত ভাৰতীয় দণ্ড বিধি আইন অনুসৰি ৫০৭/৩৮৭/৫০৬ আই পি চি ধাৰা মৰ্মে চামেল তিৰ্কীক জেইল হাজোতলৈ প্ৰেৰণ কৰে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd