• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেনেকৈ লাভ কৰিব ৰে’ল ভাড়াত ৭৫ শতাংশ ৰেহাইৰ সুবিধা?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2019 1:09 pm
ralve

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰে’লৱে ১ ছেপ্টেম্বৰৰ পৰা চাৰ্ভিছ চাৰ্জ বৃদ্ধি কৰিছে। ইয়াৰ বাবে আইআৰচিটিচিৰ জৰিয়তে অনলাইন টিকট ক্ৰয় কৰা যাত্ৰীসকলে অধিক ভাড়া ভৰিবলগীয়া হৈছে।

যিসকলে ৰে’লতল সঘনে যাত্ৰা কৰে আৰু ভাড়াত ৰেহাই বিচাৰে তেওঁলোকৰ বাবে এই খৱৰ লাভজনক হ’ব।

Apply Now

ভাৰতীয় ৰে’লৱেই ছাত্ৰ, কৃষক, দৰিদ্ৰ, ৰোগী, চিকিৎসক, খেলুৱৈ, সাংবাদিক, নিবনুৱা, চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা প্ৰাৰ্থী, দিব্যাংগ, বৃদ্ধকে ধৰি বিভিন্নজনক ৰে’ল ভাড়াত ২৫ৰপৰা ৭৫ শতাংশলৈ ৰেহাই দিয়ে।

তদুপৰি, ৰোগী আৰু দিব্যাংগৰ সৈতে যাত্ৰা কৰা লোকেও ৰে’ল ভাড়াত ৰেহাই লাভ কৰে।

ৰে’ল ভাড়াত এই ৰেহাই সাধাৰণ টিকটৰ পৰা আৰম্ভ কৰি শ্লীপাৰ, এট ফাৰ্ষ্ট ক্লাছ, এ চি চেয়াৰ কাৰ আৰু এ চি ছেকেণ্ড ক্লাছ পৰ্যন্ত টিকটলৈকে পোৱা যায়।

ৰে’ল ভাড়াত ৰেহাই বিচৰাসকলে এখন প্ৰপত্ৰ পূৰণ কৰিব লাগে আৰু তাৰ পাছত ভাড়াত এই ৰেহাই লাভ কৰে।

যদি কোনোবা ৰোগীয়ে ৰে’ল ভাড়াৰ ৰেহাই বিচাৰে তেনেহ’লে তেওঁ চিকিৎসকৰ পৰা এখন প্ৰমান পত্ৰ ল’ব লাগিব।

কোনবোৰ লোকক ৰে’ল ভাড়াত ৰেহাই দিয়া হয় চাওক-

ৰে’ল ভাড়াত ৭৫ শতাংশ ৰেহাইৰ সুবিধা কোনে লাভ কৰিবঃ

১. দিব্যাংগ আৰু পেৰাপ্লেজিয়া পীড়িত লোক

২. মানসিক ৰোগী

৩. কেন্সাৰ ৰোগী

৪. থেলাছেমিয়া ৰোগী

৫. হাৰ্ট চাৰ্জাৰীৰ বাবে যাত্ৰা কৰা হৃদৰোগী

৬. কিডনী ট্ৰান্সপ্লেন্ট অপাৰেশ্যন/ ডায়েলিছিছৰ বাবে যাত্ৰা কৰা কিডনীৰ ৰোগী

৭. গুৰুতৰভাৱে আক্ৰান্ত হেমোফেলিয়া ৰোগী

৮. টি বি/ লুপাছ ভালগাৰিছ ৰোগী

৯. সংক্ৰমণহীন কুষ্ঠৰোগী

১০. উৎপাদন তথা অবিনৱ কাৰ্য সম্পাদনৰ বাবে প্ৰধান মন্ত্ৰী শ্ৰম পুৰষ্কাৰ প্ৰাপ্ত ঔদ্যোগিক কৰ্মী

১১. যুদ্ধ বিধৱা

১২. শ্ৰীলংকাত ছহিদ হোৱা I.P.K.F.সৈনিকৰ বিধৱা

১৩. সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে সংৰ্ঘষত প্ৰাণ দিয়া আৰক্ষী তথা ছহিদ অৰ্দ্ধ সামৰিক জোৱানৰ বিধৱা

১৪. সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে সংৰ্ঘষত ছহিদ সৈনিকৰ বিধৱা

১৫. ১৯৯৯’ৰ কাৰ্গিল যুদ্ধৰ অপাৰেশ্যন বিজয়ত ছহিদৰ বিধৱা

১৬. অধ্যয়নৰ বাবে স্কুল বা কলেজলৈ অহা যোৱা কৰা অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ ছাত্ৰ-ছাত্ৰী

ৰে’ল ভাড়াত ৫০ শতাংশ ৰেহাইৰ সুবিধা কোনে লাভ কৰিবঃ

১. এজমা ৰোগী

২. ৫৮ বছৰ বা ইয়াৰ অধিক বয়সৰ মহিলা

৩. ৬০ বছৰ পূৰ্ণ কৰা ৰাষ্ট্ৰপতিৰ পুলিচ পদক প্ৰাপ্ত ব্যক্তি

৪. ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰদত্ত ৰাষ্ট্ৰীয় শিক্ষকৰ পুৰষ্কাৰেৰে সন্মানিত ব্যক্তি

৫. ৰাষ্ট্ৰীয় সাহসিকতাৰ পুৰষ্কাৰেৰে সন্মানিত শিশুৰ লগতে এজন অভিভাৱক

৬. অধ্যয়নৰ বাবে স্কুল বা কলেজলৈ অহা যোৱা কৰা সাধাৰণ আৰু অন্যান্য পাছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী

৭.  UPSC আৰু  SSC ৰ দ্বাৰা অনুষ্ঠিত মূল লিখিত পৰীক্ষা অংশ লোৱা পৰীক্ষাৰ্থী

৮. মুকবধিৰ আৰু কলা ব্যক্তি

৯. গৱেষণা সম্বন্ধীয় কাম যাত্ৰা কৰা গৱেষক পণ্ডিত

১০. ৰাষ্ট্ৰীয় একতা শিৱিৰত অংশ ল’বলৈ যাত্ৰা কৰা যুৱক-যুৱতী

১১. ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান (কেন্দ্ৰীয়, ৰাজ্য চৰকাৰ, নিকায়, নগৰ-নিগম, চৰকাৰী খণ্ডৰ বিশ্ববিদ্যালয়)ত চাকৰিৰ বাবে সাক্ষাৎকাৰ দিবলৈ যোৱা প্ৰাৰ্থী

১২. উন্নত পাম/ডেইৰী পালন শিকিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠানলৈ যাবলগীয়া কৃষক

ৰে’ল ভাড়াত ৰেহাইৰ সুবিধা লাভ কৰিবলৈ উপৰোক্ত শ্ৰেণীৰ লোকসকলে টিকট কৰাৰ সময়ত উপযুক্ত নথি প্ৰদৰ্শন কৰি ৰেহাই লাভ কৰিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd