• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০২০ চনৰ ১ জুনৰ পৰা সমগ্ৰ দেশত ‘এক দেশ এক ৰেচন কাৰ্ড’ আঁচনি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 4, 2019 10:59 am

1 min read

Ration-Card

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

15.7k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ ১ জুনৰ পৰা সমগ্ৰ দেশত ‘এক দেশ এক ৰেচন কাৰ্ড’ আঁচনি প্ৰযোজ্য কৰিব বুলি ঘোষণা কৰে।

এই ‘এক দেশ এক ৰেচন কাৰ্ড’ আঁচনিৰ জৰিয়তে দেশৰ বিভিন্ন স্থানত দৈনিক মজুৰি কৰা শ্ৰমিক সকল লাভৱান হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

আনহাতে, এই আঁচনিৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিখন অধিক ফলপ্ৰসুভাৱে আগবঢ়াই নিব পৰা যাব বুলিও কেন্দ্ৰীয় চৰকাৰ আশাবাদী।

‘এক দেশ এক ৰেচন কাৰ্য’ আঁচনিৰ জৰিয়তে এখন ৰেচন কাৰ্ড দেশৰ যিকোনো স্থানতে ব্যৱহাৰ কৰিব পৰা যাব।

উল্লেখযোগ্য যে, সমগ্ৰ ভাৰতত এই আঁচনিখন লাঘু কৰাৰ পূৰ্বে তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰত পাইলট প্ৰজেক্ট হিচাপে আঁচনিখন লাঘু কৰা হৈছিল।

নতুন আঁচনিখন অনুসৰি, দেশৰ বিভিন্ন ৰাজ্যৰ শ্ৰমিক সকলে অন্য ৰাজ্যলৈ কাম কৰাৰ বাবে গলেও সেই স্থানত এখন ৰেচন কাৰ্ডৰ দ্বাৰাই লাভান্বিত হ’ব।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd