• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল এজনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 26, 2019 4:04 pm

1 min read

accident

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

237
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ আদাবাৰীত আজি দুপৰীয়া সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত ফাৰহান নাদিম নামৰ এজন যুৱকৰ মৃত্যু হয়।

জানিব পৰা মতে, অসম ৰাজ্যিক পৰিবহন নিগমৰ এখন তীব্ৰ বেগী বাছে ফাৰহান নাদিম নামৰ যুৱকজনে চলাই অহা দুচকীয়া বাহনখনত খুন্দা মৰাৰ ফলতে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

‘‘মই এখন দোকানৰ সন্মুখত থিয় হৈ থকাৰ সময়তে দুৰ্ঘটনাৰ শব্দ শুনিবলৈ পাঁও আৰু দুৰ্ঘটনা সংঘটিত হোৱা স্থানলৈ দৌৰি গৈ এজন যুৱকৰ মৃতদেহ পথৰ ওপৰত পৰি থকা দেখো,’’ এগৰাকী প্ৰত্যক্ষদৰ্শীৰ ভাষ্য।

দুৰ্ঘটনাস্থলীত উপস্থিত থকা লোকসকলে দুৰ্ঘটনাত মৃত্যু হোৱা যুৱকজনৰ ঘৰ গাড়ীগাঁৱত বুলি চিনাক্ত কৰে।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰিয়ে বাছখনৰ চালক আৰু হেণ্ডিমেন গৰাকীয়ে পলায়ন কৰে।

পৰৱৰ্তী সময়ত দুৰ্ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰে।

স্থানীয় লোকে আৰক্ষীৰ সহযোগত যুৱকজনক চিকিৎসালয়লৈ লৈ যায় যদিও ঘটনাস্থলীত তেওঁৰ মৃত্যু হয়।

তীব্ৰ বেগেৰে যান-বাহন চলোৱাৰ বাবেই এনেদৰে দৈনিক পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাই আহিছে বুলি উপস্থিত লোকসকলে মন্তব্য কৰে।

Recent News

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd