DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এনকাউণ্টাৰ: যোৰহাটত ক’লা ল’ৰাৰ পিছত এইবাৰ গুলিবিদ্ধ ‘পচা গুণ্ডা’

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 31, 2021 2:27 pm
288
VIEWS
Share on FacebookShare on Twitter

যোৰহাটত ক’লা ল’ৰাৰ পিছত এইবাৰ পঁচা গুণ্ডা গুলিবিদ্ধl যোৱা নিশা যোৰহাট আৰক্ষীৰ গুলীচালনাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত  হয় “পচা গুণ্ডা” l

আৰক্ষীৰ চকুত ধূলি দি পলাবলৈ চেষ্টা চলাইছিল পচা গুণ্ডাই l

যোৰহাট আৰক্ষীৰ দ্বিতীয়টো বৃহৎ সাফল্য ইতিমধ্যে পোহৰলৈ আহিছে l

যোৰহাট হৰিজন ক’লনিত সন্ত্ৰাসৰ সৃষ্টি কৰা পঁচা গুণ্ডাৰ গুলীবিদ্ধ হোৱাৰ খবৰ পাই আনন্দৰ জোৱাৰ উঠা দেখা গৈছে।

ধুবুৰীত আত্মগোপন কৰি আছিল কুখ্যাত ড্ৰাগছ মাফিয়া পঁচা গুণ্ডা ওৰফে ৰমেশ বাচফৰ l

আৰক্ষীয়ে গোপন সূত্ৰে পচা গুণ্ডা ধুবুৰীত থকাৰ খবৰ পাই মাফিয়াটোক ধুবুৰীৰ পৰা যোৰহাটলৈ আনি থাকোতে যোৰহাট জিলাৰ পানী চকুৱা অঞ্চলৰ পৰা পলাবলৈ চেষ্টা চলায়।

ফলত আৰক্ষীয়ে গুলীচালনা কৰে। ভৰিত গুলী লগাত ভাবে আঘাতপ্ৰাপ্ত হয় পচা গুণ্ডা।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বৰ্তমান চিকিৎসাধীন পঁচা গুণ্ডা ।

ড্ৰাগছ ব্যৱসায়ৰ সৈতে জৰিত বুলি সন্দেহ কৰা বাদল তাঁতী আৰু মুনমুন তাঁতীকো এনকাউণ্টাৰ কৰাটো বিচাৰে হৰিজন কলনীৰ ৰাইজে l

Recent News

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Sikkim

প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলি: ছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd