DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত নিশা ৰে’লৰ খুন্দাত খাদ্যৰ সন্ধানত অহা এটি মাইকী হাতীৰ কৰুণ মৃত্যু

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
December 11, 2021 8:51 am
elephant died

ফটো: নৰ্থইষ্ট নাও।

2.7k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে হাতী-মানুহৰ সংঘাত। খাদ্যৰ অভাৱত জনাঞ্চলত খাদ্যৰ সন্ধান কৰিবলৈ অহা বন্যহস্তীয়ে বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি ল’বলগীয়া হৈছে।

এনেদৰে খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলৈ অহা বনৰীয়া হাতীৰ এটা জাকৰ এটি মাইকী হাতীয়ে কলিয়াবৰত ৰে’লৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিব লগা হয়।

কলিয়াবৰৰ বামুণীৰ সমীপৰ দৌল পুখুৰীত সংঘটিত হৈছে এই অঘটন। শুকুৰবাৰে নিশা হাতীটোৱে এইদৰে ৰে’লৰ খুন্দাত কৰুণ মৃত্যুক সাৱটি লয়।

Herd of elephant
কলিয়াবৰৰ দৌল পুখুৰীত অৱস্থান কৰি থকা হাতীৰ জাকটো। ফটো: নৰ্থইষ্ট নাও

উল্লেখ্য যে চিকনি পাহাৰৰ পৰা  খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতীৰ এটা জাক। হাতীৰ জাকটো ৰে’ল লাইন পাৰ হোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা।গুৱাহাটী-শিলঘাট পেচেঞ্জাৰ ৰে’লৰ খুন্দাত নিহত হয় হাতীটো।

নিশা প্ৰায় ১০ বজাত ৰে’লৰ খুন্দাত হাতীটোৰ মৃত্যু হয়। বৰ্তমানেও নাতিদূৰত অৱস্থান কৰি আছে প্ৰায় ৫০টা হাতীৰ জাকটো।

ঘটনাস্থলীত নিশাই বন বিভাগৰ লোকৰ লগতে স্থানীয় জখলাবন্ধা থানাৰ আৰক্ষী উপস্থিত হৈ বন্যহস্তীটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd