• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুখন উৰণীয়া সেঁতুৰ কাহিনী; দীপাৱলীৰ দিনা এখন লাগী আনখন হৈ পৰিল এলাগী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 5, 2021 9:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্যৱধান মাত্ৰ আধা কিল’মিটাৰ; দুখন উৰণীয়া সেঁতুৰ কাহিনী এয়া।

এখন লাগী আৰু আনখন এলাগী নতুনক পাই পুৰণিক কিয় যোৱাহে পাহৰি?

Apply Now

বৃহস্পতিবাৰে মুকলি হোৱা দিচপুৰ চুপাৰমাৰ্কেটৰ উৰণীয়া সেঁতু ভিন্নৰঙী লাইটৰ আলোকত আলোকিত হৈ আছে। জাক জমকতাৰে জ্বলি আছে এইখন ফ্লাইঅভাৰ। দীপাৱলীত মহানগৰবাসীলৈ এয়া ৰাজ্য চৰকাৰৰ এক উপহাৰ।

নতুনৰ যেন আদৰ সাদৰ বৃদ্ধি পাইছে উৰণীয়া সেঁতুখনৰ। সেযেহে লাখ লাখ টকা খৰচ কৰি লাইটৰে ৰাতিৰ আন্ধাৰতো পোহৰাই পেলোৱা হৈছে উৰণীয়া সেঁতুখন।

ন কইনাৰ দৰে সাজোন কাচোন দেখি উৰণীয়া সেঁতুখনত এতিয়া ভিন্নজনে একপি ফটো তুলিছে….. কোনো কোনোৱে চেল্ফিও উঠিছে…..

তাৰ বিপৰীত দৃশ্য গণেশগুৰিৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেঁতুৰ। নতুন উৰণীয়া সেঁতুৰ পৰা ব্যৱধান মাত্ৰ আধা কিল’মিটাৰ। দিপাৱলীৰ দিনাও অন্ধকাৰতে বুৰ গৈ থাকিল এইখন উৰণীয়া সেঁতু।

নতুন উৰণীয়া সেঁতু নিৰ্মাণ কৰাৰ পাছত চৰকাৰৰ বাবে এলাগী হৈ পৰিল এইখন উৰণীয়া সেঁতু।

উৰণীয়া সেঁতুখনত ষ্ট্ৰীট লাইট আছে, কিন্তু এটাও নজ্বলে। যাৰ ফলত দিপাৱলীৰ দিনটোতো পোহৰৰ মুখ নেদেখিলে এইখন পুৰণি উৰণীয়া সেঁতুৱে।

দীৰ্ঘদিন ধৰি বিকল হৈ আহিছে উৰণীয়া সেঁতুখনৰ ষ্ট্ৰীট লাইট।

তাৰ বিপৰীতে RGB ৰোডৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেঁতুৰ সৈতে সংলগ্ন এবছৰীয়া উৰণীয়া সেঁতুৱে দেখিছে লাইটৰ পোহৰ। দীপাৱলীৰ দিনা ষ্ট্ৰীট লাইটৰ পোহৰত আলোকিত হৈ আছে এইখন উৰণীয়া সেঁতু।

এয়া কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিও চুড়ান্ত অপমান নহয় নে?

প্ৰশ্ন হৈছে “পুৰণি হ’লে এইখন উৰণীয়া সেঁতুৰ দৰে এলাগী হ’ব নেকি নতুন উৰণীয়া সেঁতু দুখন?

এই দুখন নতুন উৰণীয়া সেঁতুৰ পৰাও লুপ্ত হ’ব নেকি ষ্ট্ৰীট লাইটৰ পোহৰ?

এয়া মাথো এক উদাহৰণহে… মহানগৰীৰ বহু স্পৰ্শকাতৰ এলেকাত এতিয়াও নাই ষ্ট্ৰীট লাইট…. যাৰ ফলত সঘনাই সংঘটিত হ’বলৈ ধৰিছে এটাৰ পাছত আন এটা অপৰাধ।

আশা কৰো, নতুনক পাই যাতে চৰকাৰ কিম্বা গুৱাহাটী পৌৰ নিগম কতৃপক্ষই পাহৰি নাযায় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেঁতুক। কম চে কম দিপাৱলীৰ দিনা নতুন উৰণীয়া সেঁতুৰ দৰে পোহৰাই তুলিব লাগিছিল এই উৰণীয়া সেঁতুক।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd