• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টংলাত তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত যুৱতী

এন ই নাও নিউজ এন ই নাও নিউজ
ওদালগুৰি , May 8, 2019 10:34 pm

1 min read

Accident-750x375-1-1

প্ৰতিনিধিত্বমূলক ফটো

515
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ টংলাৰ সমীপৱৰ্তী টোকানকাটাত আজি বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী যুৱতীয়ে ঘটনাস্থলীতে মৃত্যুক সাবটি ল’ব লগীয়া হয়। নিহত যুৱতী গৰাকীক টংলা থানাৰ অন্তৰ্গত মাজগাঁৱ জিতেন শৰ্মাৰ জীয়ৰী পল্লৱী শৰ্মা(২৩) বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণি মতে বিয়লি প্ৰায় ৪ মান বজাত শিল-বালি কঢ়িয়াই অনা এখন তীব্ৰ বেগী ডাম্পাৰ গৈ থকা অৱস্থাতে টংলাৰ সমীপৱৰ্তী টোকানকাটা পকী দলঙত বিপৰীত দিশৰ পৰা অহা এখন মটৰচাইকেলে দলঙৰ ওপৰতে ৰাখি ট্ৰাকখনক পাৰ হৈ যাবলৈ দিয়ে। সেই সময়তে দলংখনৰ কাষতে ৰৈ থকা পল্লৱী শৰ্মাক তীব্ৰ বেগী ডাম্পাৰখনে মহতিয়াই নিয়ে। ফলত যুৱতী গৰাকীয়ে থিতাতে মৃত্যুক আঁকোৱালি লয়।

ইফালে দুৰ্ঘটনা সংঘটিত কৰি তীব্ৰ বেগী ডাম্পাৰখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। অৱশ্যে পিছত আৰক্ষীয়ে ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হয়।

Recent News

Indian_National_Flag_EPS

৭১ সংখ্যক গণৰাজ্য দিৱসত অসমৰ কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

Andhr

বিটিআৰ চুক্তি দিৱসৰ দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

Andhra_murder_25012021

পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd