• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“প্ৰধানমন্ত্ৰী মোদীক এজন নাৰী উৎপীড়ক হিচাপে গণ্য কৰিবলৈ বাধ্য হ’ব লগা হৈছে!” কোনে ক’লে?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2021 5:58 pm
5.3k
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পশ্চিম বংগৰ মহিলাসকলক অপমান কৰিছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতি প্ৰধানমন্ত্ৰী মোডীয়ে বিজেপিৰ নিৰ্বাচনী সভাসমূহত উপহাসমূলক মন্তব্য কৰাৰ বাবে তৃণমূল কংগ্ৰেছে এইদৰে কয়।

দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি তৃণমূল নেতা তথা মন্ত্ৰী শশী পাঞ্জাই কয় যে দেশখনৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে নিজৰ পদবীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা নাই।

তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে ব্যংগাত্মক সুৰত কথা কৈ মহিলাৰ প্ৰতি থকা তেওঁৰ ঘৃণাক প্ৰতিফলিত কৰিছে।

তৃণমূল নেতাগৰাকীয়ে ইয়াক দূৰ্ভাগ্যজনক আখ্যা দিয়ে।

মমতা বেনাৰ্জীক উপহাসস্বৰূপে মোদীয়ে শেহতীয়াকৈ ”দিদী অ’ দিদী” বুলি সম্বোধন কৰাক লৈ তৃণমূল নেতাগৰাকীয়ে কয়- ”এগৰাকী প্ৰধানমন্ত্ৰীয়ে এগৰাকী মুখ্যমন্ত্ৰীৰ সম্পৰ্কত ৰাজহুৱাকৈ এইদৰে ক’ব পাৰেনে?”

ইয়াৰ বাবে প্ৰধানমন্ত্ৰীজন নিম্ন মানদণ্ডলৈ অৱনমিত হোৱা বুলি কৈ তৃণমূল নেতাগৰাকীয়ে কয় যে এইসমূহে তেওঁক এজন ‘নাৰী উৎপীড়ক’ হিচাপে গণ্য কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

তৃণমূল নেতা শশী পাঞ্জাৰ বক্তব্যক সমৰ্থন কৰি সংবাদমেলখনত উপস্থিত থকা মহিলা নেত্ৰী জুন মালিয়াই কয় যে এয়া কেৱল মমতা বেনাৰ্জীৰ প্ৰতিয়েই উপহাস নহয়, বংগৰ সমূহ নাৰীৰ প্ৰতিয়ে অপমানজনক।

”নাৰীত্বৰ প্ৰতি ই এক অপমান।”- মালিয়াই কয়।

মালিয়াই কয় যে যোৱা ২৫ বছৰধৰি সাংসদ আৰু মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰি অহা মমতা বেনাৰ্জীক এইদৰে কোনো প্ৰধানমন্ত্ৰীয়ে পূৰ্বে অপমান কৰা নাছিল।

”ই প্ৰমাণ কৰে যে বিজেপিয়ে কিমান তলৰ পৰ্যায়লৈ নামিব পাৰে।”- তেওঁ কয়।

সংবাদমেলখনত উপস্থিত থকা আন এগৰাকী তৃণমূলৰ মহিলা নেত্ৰী অনন্যা চক্ৰৱৰ্তীয়ে কয়. যে ইমানখিনি অপমানৰ পাছতো বংগৰ জনতাই শেষ হাঁহি মাৰিব।

তেওঁ গুজৰাট চৰকাৰৰ কেতবোৰ তথ্য দাঙি ধৰি কয় যে যোৱা দুবছৰত গুজৰাটত দৈনিক দুটাকৈ হত্যাকাণ্ড, চাৰিটা ধৰ্ষণকাণ্ড আৰু ছটা অপহৰণৰ ঘটনা সংঘটিত হৈ আহিছে।

তেওঁ কয় যে গুজৰাটৰ আটাইতকৈ বৃহৎ চহৰ আহমেদাবাদ এখন ধৰ্ষণৰ ৰাজধানী হিচাপে পৰিগণিত হৈছে।

”আমি বংগক আন এখন গুজৰাট হ’বলৈ দিব নোৱাৰো।”- চক্ৰৱৰ্তীয়ে কয়।

উল্লেখযোগ্য যে শেহতীয়াকৈ নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী ভাষণসমূহত মমতা বেনাৰ্জীৰ প্ৰতি বিভিন্ন উপহাস-ব্যংগাত্মক মন্তব্য প্ৰদান কৰি আহিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd