• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাটত অবতৰীয়া ধুমুহাই তচনচ কৰিলে বহুতো বাসগৃহ, প্ৰাণ গ’ল এজন যুৱকৰ

NE NOW NEWS স্মিতা ভট্টাচাৰ্য
যোৰহাট , October 21, 2019 6:00 pm

1 min read

IMG-20191021-WA0039

ফটো : নৰ্থ-ইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে ৰাতিপুৱা যোৰহাট আৰু ইয়াৰ কাষৰীয়া অঞ্চল সমূহত হোৱা এজাক প্ৰচণ্ড ধুমুহা-বৰষুণৰ ফলত যোৰহাট চহৰখনৰ ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে এজন যুৱকৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে।

যোৰহাট দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰাণ কিশোৰ গগৈ নামৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি যুৱকজনে বজ্ৰপাতৰ ফলত মৃত্যুবৰণ কৰে।

যুুৱকজন যোৰহাট চহৰৰে সমীপৱৰ্তী গড়মূৰ দুলীয়াগাঁৱৰ দেৱজিৎ দাস বুলি চিনাক্ত কৰিছে।

এই ধুমুহাত গছ-গছনি ভাঙি পৰাত ঘৰ-দুৱাৰৰ যথেষ্ট অনিষ্ট হোৱাৰ লগতে চহৰখনৰ বাট-পথ বন্ধ হৈ পৰে। ফলত কিছু সময়ৰ বাবে চহৰখনত সাধাৰণ জন-জীৱন ব্যাহত হৈ পৰে।

IMG-20191021-WA0042
ফটো : নৰ্থ-ইষ্ট নাও

ইফালে এই ধুমুহা জাকৰ ফলত চহৰখনৰ বিস্তৃত অঞ্চলৰ বিদ্যুৎ পৰিবাহী খুটা বাগৰি পৰাৰ ফলত সমগ্ৰ চহৰখনতে বিদ্যুৎ সংযোগ ব্যাহত হয়।

ধুমুহাৰ ফলত ডি চি বি কলেজ আৰু ক্ৰিচেণ্ট একাডেমিৰো যথেষ্ট ক্ষতিসাধন হৈছে। ইয়াৰ উপৰি টোকলাই টি ৰিচাৰ্ছ ইনষ্টিটিউট আৰু মিশ্যন হাস্পতালৰ চৌহদত থকা গছ-গছনিৰ লগতে বিভিন্ন খুটাও ভাঙি পৰে বুলি জানিব পৰা গৈছে।

প্ৰচণ্ড ধুমুহা জাকত চহৰখনৰ প্ৰায় ১২ৰ পৰা ১৫টা বিদ্যুতৰ খুটা ভাঙি পৰা বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ইয়াৰে অধিকাংশ এ টি ৰোডৰ বুলি জানিবলৈ দিয়ে।

ইফালে জিলা প্ৰশাসনে ক্ষতিগ্ৰস্ত এলেকা সমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।

Recent News

Andhra_murder_25012021

পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd