DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদ্যুৎ বিভাগৰ গাফিলতিত হোজাইত পুনৰ এজন কৰ্মচাৰীৰ মৃত্যু

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
July 1, 2019 8:47 am
Electrocution

প্ৰতিনিধিত্বমূলক ফটো

528
VIEWS
Share on FacebookShare on Twitter

শক্তি বিভাগৰ গাফিলতিৰ বাবে যোৱা ২৬ জুনত বিশ্বনাথত বিদ্যুৎ বিভাগৰ এজন অস্থায়ী কৰ্মচাৰীয়ে শোকাৱহভাৱে মৃত্যুক আঁকোৱালি লোৱাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই দেওবাৰে অৰ্থাৎ ৩০ জুনত পুনৰ হোজাইতো অনুৰূপ ঘটনা সংঘটিত হয়।

ঘটনাৰ বিৱৰণি মতে হোজাই বিদ্যুৎ উপ সংমণ্ডলৰ অধীনস্থ হাৱাইপুৰত যোৱা দুদিন ধৰি বিদ্যুৎ যোগান ব্যাহত আছিল। ফলত ব্যাহত বিদ্যুৎ যোগান মেৰামতি কৰিবলৈ বিদ্যুৎ বিভাগৰ ফালৰ পৰা জৈন উদ্দিন আৰু মুকুন্দ মুদৈ নামৰ দুজন অস্থায়ী কৰ্মচাৰীক নিয়োগ কৰা হয়।

কাম কৰাৰ পূৰ্বে বিদ্যুৎ যোগান কৰ্তন কৰাই কৰ্মচাৰী দুজনে ট্ৰেন্সফৰ্মাৰত উঠি মেৰামতিৰ কাম আৰম্ভ কৰে। মন কৰিবলগীয়া যে কৰ্মচাৰী দুজনে মেৰামতি কৰি থাকোতেই বিদ্যুৎ সংযোগ দিয়াত জৈন উদ্দিন নামৰ কৰ্মচাৰীজন বিদ্যুস্পৃষ্ট হৈ থিতাতে মৃত্যুক আঁকোৱালি লয়। আনহাতে আনজন কৰ্মচাৰী মুকুন্দ মুদৈৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

স্থানীয় লোকে এই ঘটনাৰ উচিত তদন্তৰ দাবীত পৰিস্থিতি উত্তপ্ত কৰি তোলে। পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Recent News

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

ছয়গাঁৱত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd