• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাত মহকুমাৰ গেলেকীত গঁড়ৰ আক্ৰমনণত এজন লোকৰৰ মৃত্যু

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , February 8, 2021 5:12 pm

1 min read

IMG-20210208-WA0002~2
118
VIEWS
Share on FacebookShare on Twitter

বোকাখাত মহকুমাৰ গেলেকীত আজি পুৱা গঁড়ৰ আক্ৰমণত এজন লোক নিহত হয়৷ নিহত লোকজনৰ নাম বড়ো ওৰাং জানিব পৰা গৈছে৷

কাজিৰঙাৰ গেলেকীৰ গোসাঁনীবৰৰ নিৱাসী বড়ো ওৰাং নামৰ লোকজনে পুৱা পথাৰত গৰু এৰাল দিবলৈ যাওঁতে গঁড়ে আক্ৰমণ কৰি গুৰুত্বৰভাৱে আহত কৰে৷

উদ্ধাৰ কৰিবলৈ যোৱা লোকে পথাৰত বোকাৰে লুতুৰি পুতুৰি অৱস্থাত বড়ো ওৰাংৰ মৃতদেহ উদ্ধাৰ কৰে৷ ঘটনাৰ পিচতেই পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ঘটনাস্থলীত উপস্থিত হয়।

ঘটনাস্থলীত উপস্থিত হোৱা বিষয়াজনক উত্তেজিত লোকে ঘেৰাও কৰে।

অৱশ্যে  ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে সমবেত লোক সকলৰ লগত ঘটনাৰ সম্পৰ্কত আলোচনা কৰি পৰিবেশটো নিয়ন্ত্ৰণ কৰে৷

পিছত মৰোনোত্তৰ পৰীক্ষাৰ বাবে মৃত বড়ো ওৰাংৰ মৃতদেহ গোলাঘাটৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd