DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত কৰ’না আক্ৰান্ত আৰু এজন বিদেশী নাগৰিকৰ মৃত্যু; দিল্লীত মৃত্যু ইয়েমেনৰ ব্যক্তিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2020 10:03 am
48 persons test COVID-19 positive in Tripura on Friday

প্ৰতিনিধিত্বমূলক ফটো

8.9k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত কৰ’নাৰ চিকাৰ হ’ল আৰু এজন বিদেশী নাগৰিক। দিল্লীৰ এখন বেচৰকাৰী হাস্পাতলত ৬০ বছৰীয়া ইয়েমেনৰ নাগৰিক এজনৰ মৃত্যু হয়।

শুকুৰবাৰে দিল্লীৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা জনোৱা মতে ব্যক্তিগৰাকী চলিত মাহতে লিভাৰ দাতা হিচাপে ভাৰতলৈ আহিছিল।

যোৱা ২৪ মাৰ্চত তেওঁ এই সংক্ৰান্তীয় কিছু পৰীক্ষাৰ বাবে হাস্পাতলখনলৈ গৈছিল। ইয়াতেই তেওঁ অচেতন হৈ মাটিত বাগৰি পৰে।

কৰ’না প্ৰভাৱিত ইয়েমেনৰ পৰা অহা লোকজনৰ ক্ষেত্ৰত হাস্পাতল কৰ্তৃপক্ষ সতৰ্ক হৈ পৰে আৰু তেওঁৰ নমুনা সংগ্ৰহ কৰি দুটা লেবত পৰীক্ষা কৰি চোৱা হয়।

বৃহস্পতিবাৰে লোকজনCOVID-19 ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বুলি জানিব পৰা যায়।তথাপি নিশ্চিত কৰিবৰ বাবে তৃতীয়বাৰৰ বাবে নমুনা পৰীক্ষা কৰাৰ বাবে প্ৰেৰণ কৰা হয়।

পৰীক্ষাৰ বাবে এইমছত পঠোৱা নমুনা নতুন কিট ব্যৱহাৰ কৰি পৰীক্ষা কৰাৰ পাছত তাতো একেই ফলাফল পোৱা যায়।

চিকিৎসা আৰম্ব কৰা হয় যদিও শুকুৰবাৰে প্ৰাণঘাতী ভাইৰাছৰ ফলৰ লোকজনৰ মৃত্যু হয়।

দিল্লীত কৰ’নাত ৪০ জনতকৈ অধক লোক আক্ৰান্ত হৈছে। ইয়াৰ পূৰ্বে পশ্চিম দিল্লীৰ এগৰাকী ৬৮ বছৰীয়া মহিলাই কৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল।

গোটেই দেশখনতে কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্য ১৯জন। ইয়াৰ পূৰ্বে আন দুগৰাকী বিদেশী নাগৰিকে ভাৰতত প্ৰাম হেৰুৱাইছিল। এইবাৰ ইয়েমেনৰ নাগৰিকজনৰ মৃত্যুৰ পাছত বিদেশীসহ মৃত্যুৰ সংখ্যা হ’লগৈ ২২জন।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd