DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাৱঁত দাৰে ঘপিয়াই এজনক হত্যা ,হত্যাকাৰীৰ আৰক্ষী চকীত আত্মসমৰ্পন

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
January 10, 2022 4:24 pm
হত্যাকাৰী যুৱক জন

হত্যাকাৰী যুৱক জন

137
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও চহৰৰ দোলাইগাঁৱত মাটি বাৰীৰ বিবাদৰ পৰিণতিত এজন লোকে দাৰ ঘাপত প্ৰাণ হেৰুৱাবলগীয়া হয় ৷ ঘটনা সন্দৰ্ভত স্থানীয় লোকৰ পৰা জানিব পৰা মতে, উত্তৰ বঙাইগাঁও আৰক্ষী চকীৰ অন্তৰ্গত দোলাইগাঁও উজানপাৰাত বাণীকান্ত বৈদ্য নামৰ (৫৫) লোক জনক ওচৰৰে গকুল ৰায় (২৭) নামৰ এজন যুৱকে দাৰে ডিঙিত ঘপিয়াই হত্যা কৰে ৷

বাণীকান্ত বৈদ্যৰ সৈতে হত্যাকাণ্ডত জড়িত গকুল ৰায়ৰ পৰিয়ালৰ দীৰ্ঘ দিনৰ পৰাই মাটি বাৰী সম্পৰ্কীয় কাজিয়া সংঘটিত হৈ আহিছিল ৷ পুৱা ভাগত বৈদ্যৰ সতে উল্লিখিত যুৱক জনৰ পুনৰাই কাজিয়াৰ সূত্ৰপাত ঘটে আৰু বাণীকান্ত বৈদ্যৰ পদূলি মূখত যুৱক জনে উন্মাদ হৈ চোকা অস্ত্ৰেৰে ডিঙিত ঘপিয়াই কৰি হত্যা কৰে ৷

এই ঘটনাই দোলাইগাঁও উজানপাৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ গুৰুতৰভাৱে আহত বাণীকান্ত বৈদ্যক ঘটনাৰ পাছতে এখন স্থানীয় ব্যক্তিগত চিকিৎসালয়ত নিয়ে যদিও ইতিপূৰ্বে লোক জনৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷

ইপিনে পিছত হত্যাকাৰী গকুল ৰায়ে উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীত চোকা অস্ত্ৰসহ আত্মসমৰ্পন কৰে ৷

পাছলৈ আৰক্ষীয়ে মৃত লোক জনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে ৷

আৰক্ষীয়ে হত্যাকাৰী যুৱক জনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰায় আৰু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

পেছাত গেলামালৰ দোকানী বাণীকান্ত বৈদ্যই ইহসংসাৰত পত্নী আৰু দুই পুত্ৰ সন্তানক এৰি থৈ যায় ৷
বঙাইগাঁও আৰক্ষী চাউনিৰ কাষত গেলামাল দোকান দি জীৱন নিৰ্বাহ কৰা লোকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে ৷

Recent News

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি  লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

National Flag: স্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd