DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী মহানগৰীত ঘৰচীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

মাত্ৰ এমাহৰ পূৰ্বে পিতৃত্বৰ অধিকাৰী হৈছিল দুৰ্ভগীয়া ৰাজু

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2019 10:34 pm
Raju Roy
1.6k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ কাহিলিপাৰাৰ দক্ষিণ গাৱঁত আজি এটা ঘৰচীয়া হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ হাতীটোক চোৱাচিতাৰ সৈতে জড়িত হৈ থকা এজন লোকৰ মৃত্যু হয়।

নিহত লোকজনৰ নাম ৰাজু ৰায় আৰু তেওঁ প্ৰধান মাউত মণ্টু ৰাভাৰ খুলশালীয়েক।

জনিব পৰা মতে, আন দিনাৰ দৰে আজিও দুটা হাতীক তেওঁলোকে কলগছ কাটি খুৱাবলৈ নি ৰাখিছিল।

কিন্তু সেই সময়তে ৰাজু ৰায়ে হঠাতে এজোপা কলগছ কাটি সশব্দে পেলাই দিওঁতেই এটা হাতীয়ে চক খাই উঠে আৰু তেওঁক আক্ৰমণ কৰে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰাজুক ততাতৈয়াকৈ হায়াত হস্পিটেলত ভৰ্তি কৰা হৈছিল যদিও তেওঁৰ চিকিৎসালয়তে মৃত্যু হয়।

দুৰ্ভাগ্যজনকভাৱে মৃত্যু হোৱা ৰাজু মাত্ৰ এমাহৰ পূৰ্বে পিতৃত্বৰ অধিকাৰী হৈছিল।

ঘৰচীয়া হাতীটোৰ মালিক দিচপুৰৰ দুদুল চৌধুৰী। বৰ্তমান হাতীটোক কাহিলিপাৰাৰ উক্ত স্থানৰ পৰা চৌধুৰী টিলালৈ স্থানান্তৰ কৰা হৈছে।

 

Recent News

Maharashtra Crisis

বিজেপিৰ ঠাঁৰত নহয়, গুৱাহাটীলৈ নিজ ইচ্ছামতে আহিছে বিসম্বাদী বিধায়ক! স্বীকাৰোক্তি একনাথ সিন্দেৰ

Doloo Tea Estate

চাহ শ্ৰমিকক অন্ধকাৰলৈ ঠেলি ডলু বাগিচাত লক আউট ঘোষণা কৰ্তৃপক্ষৰ

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

চাইবাৰ অপৰাধীৰ কবলত কেইবাগৰাকী স্বনামধন্য অসমীয়া সাহিত্যিকৰ গ্ৰন্থ; এজনক গ্ৰেপ্তাৰ

চাইবাৰ অপৰাধীৰ কবলত কেইবাগৰাকী স্বনামধন্য অসমীয়া সাহিত্যিকৰ গ্ৰন্থ; এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd