• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাৰ বাটগাঁৱত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন পথচাৰী

NE NOW NEWS এন ই নাও নিউজ
বৰপেটা , March 18, 2019 7:51 am

1 min read

Accident-750x375-1-1

প্ৰতিনিধিত্বমূলক ফটো

426
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে সন্ধিয়া বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বাটগাঁৱত সংঘটিত এক বাইক দুৰ্ঘটনাত এজন পথচাৰী থিতাতে নিহত হয়। আনহাতে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন দুজন লোক।

দুৰ্ঘটনাটোত নিহত লোকজনক বাটগাঁৱৰ নয়াপাৰাৰ প্ৰয়াত নৰেন্দ্ৰ তালুকদাৰৰ পুত্ৰ মৃণাল তালুকদাৰ(৪০) বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণী মতে, বৰপেটাৰ পিনৰ পৰা চেঙালৈ আহি থকা দ্ৰুতবেগী পালচাৰ বাইকৰ খুন্দাত পথচাৰী মৃণাল তালুকদাৰ থিতাতে নিহত হয়। ইয়াৰ লগতে দুৰ্ঘটনাটোত বাইক আৰোহী জাহাংগীৰ আলম(৩০) আৰু ইমদাদুল আলী(১৬) গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাটো সংঘটিত কৰা পালচাৰ বাইকখনৰ নম্বৰ হৈছে এ এছ-১৫ এন ৬৭১৭।

গুৰুতৰভাৱে আহত দুয়োজনকে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতললৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাটোত নিহত পথচাৰী মৃণাল তালুকদাৰৰ মৃতদেহটো বৰ্তমান তাৰাবাৰী আৰক্ষী থানাত ৰখা হৈছে।

বৰপেটাৰ পৰা চেঙা হৈ গুৱাহাটী পথত যান বাহনৰ চলাচলত কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণৰ অভাৱত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

Recent News

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd