DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত পুনৰ এজন ক’ভিড-১৯ পজিটিভ, অসমত আক্ৰান্ত ৫৯লৈ বৃদ্ধি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 9, 2020 12:33 am
Manipur registers 3rd COVID19 positive case

প্ৰতিনিধিত্বমূলক ছবি

1.5k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত শুকুৰবাৰে পুনৰ এজন ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ এজন ছাত্ৰীৰ গাত এই মাৰাত্মক ভাইৰাছবিধ ধৰা পৰিছে।

টুইটাৰ যোগে স্বাস্থ্য মন্ত্ৰীয়ে ঘোষণা কৰিছে এই কথা।

বৰ্তমানলৈকে প্ৰকাশ কৰা নাই  ছাত্ৰীগৰাকীৰ সম্পূৰ্ণ নাম ঠিকনা।

ইয়াকে লৈ অসমত আজিৰ দিনটোত ছয়জনকৈ ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

ছাত্ৰীগৰাকী ইতিমধ্যে কোভিড-১৯ পজিটিভ ধৰা পৰা জিএমচিএইচৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ ডাঃ লিটিকেশৰ সংস্পৰ্শলৈ আহিছিল।

ছাত্ৰীগৰাকীৰ সংস্পৰ্শত থকা ৪০ গৰাকীক কোৱাৰেন্টাইন কৰা হৈছে আৰু তেওঁলোকৰ সকলোৰে স্বাস্থ্য পৰীক্ষা কৰা হ’ব।

ইতিমধ্যে চাৰিগৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি জানিব পৰা গৈছে।

অসমত বৰ্তমানলৈকে আক্ৰান্ত হৈছে ৫৯ গৰাকী লোক। তাৰে এজন লোকে মৃত্যুক সাৱটি লোৱাৰ লগতে ৩৪ জন হাস্পাতালৰ পৰা মুক্তি পাইছে।

বৰ্তমান ২৪ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে এই কথা।

Alert ~ One student of Regional Dental College, Kamrup Metro has tested #COVID19 positive.

↗️Total #COVID19 patients in Assam 59
↗️Active cases 24
↗️Discharged 34

Update at 11.55 pm / May 8#AssamCovidCount

— Himanta Biswa Sarma (@himantabiswa) May 8, 2020

বৰ্তমানলৈকে ভাৰতত এই ৰোগত ১৯৮৫জন লোকৰ মৃত্যু হৈছে। ৫৯ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে।

Tags: COVID-19

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd