• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আহি আছে OnePlusৰ নতুন স্মাৰ্টফোন; OnePlus 7, OnePlus 7 Proত দিছে ২০০০ টকাৰ ৰেহাই

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2019 2:45 pm
op-7-pro--main-2-main_090219122504

ফটো উৎস : ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ স্মাৰ্টফোন কোম্পানী OnePlus এ তেওঁলোকৰ নতুন স্মাৰ্টফোন মুকলি কৰাৰ প্ৰস্তুতি চলাইছে।

অহা মাহত কোম্পানীটোৱে OnePlus 7T আৰু OnePlus 7T Pro মুকলি কৰাৰ সম্ভাৱনা আছে।

Apply Now

আনহাতে, কোম্পানীটোৱে ইয়াৰ OnePlus 7 আৰু OnePlus 7 Pro স্মাৰ্টফোনত ২,০০০ টকাৰ ৰেহাই দি আছে।

ই-কমাৰ্ছ ৱেবছাইট Amazonত এই অফাৰ আছে আৰু ইয়াৰ উপৰি OnePlusৰ ৱেবছাইটৰ জৰিয়তেও এই ৰেহাই লাভ কৰিব পাৰে।

যোৱা ৩১ আগষ্টৰ পৰা  OnePlus Flagship Phenomenon Sale ৰ আৰম্ভণি হৈছে আৰু ই ৬ ছেপ্টেম্বৰলৈকে চলিব।

এই বিক্ৰীৰ বাবে OnePlus এ Axis বেংকৰ সৈতে পাৰ্টনাৰশ্বিপ কৰিছে। গ্ৰাহকক ২,০০০ টকাৰ ইনষ্টেন্ট ৰেহাই দিয়া হ’ব।

one-plus-7
ফটো উৎস : ইন্টাৰনেট

আপোনাৰ লগত যদি ICICI বেংকৰ ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড  আছে তেতিয়াহ’লে আপুনি ইনষ্টেন্ট ৰেহাইৰ বাবে যোগ্য।

এই বিক্ৰী চলি থকাৰ সময়ত OnePlusৰ অফলাইন এক্সপেৰিয়েন্স ষ্ট’ৰৰ পৰাও ক্ৰয় কৰিব পাৰে।

Amazon বা OnePlus ৰ ৱেবছাইটৰ পৰা আপুনি ১৫০০টকাৰ ইনষ্টেন্ট ৰেহাই লাভ কৰিব পাৰে।

OnePlus 7, OnePlus 7 Proৰ এই অফাৰ EMI আৰু Non EMI  লেনদেনতো প্ৰযোজ্য হ’ব। OnePlus 7 Mirror Blueৰ 6GB+128GB   ভেৰিয়ন্টৰ মূল্য ৩২,৯৯৯টকা। এইটো আপুনি ৩১,৪৯৯টকাত ক্ৰয় কৰিব পাৰিব।

OnePlus 7 Mirror Greyভেৰিয়ন্টৰ 6GB+128GBৰ মূল্য ৩২,৯৯৯টকা, যিটো আপুনি ৩১,৪৯৯ টকাত কিনিব পাৰিব।

OnePlus ৰ এই ক্ৰয়ৰ সময়ত আপুনি কোনো ধৰণৰ ফ্ল্যাচ চেলৰ অপেক্ষা কৰিবলগীয়া নহয়।

OnePlus 7 Red ভেৰিয়ন্টৰ 8GB ৰেম আৰু256GB ষ্ট’ৰেজ ভেৰিয়েন্টৰ মূল্য ৩৭,৯৯৯ টকা যদিও অফাৰৰ পাছত গ্ৰাহকে ইয়াক ৩৪,৪৯৯ টকাত ক্ৰয় কৰিব পাৰিব।

OnePlus 7 Pro Nebula Blue 8GB+128GB ৰ আৰম্ভণি মূল্য ৫২,৯৯৯ টকা। অফাৰৰ পাছত ইয়াক আপুনি ৫০,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd