• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ড্ৰাগছ মাফিয়াৰ গাড়ীৰ খুন্দাত পহৰাদাৰী আৰক্ষী বিষয়াৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , November 22, 2019 8:16 pm

1 min read

Died Police officer

মৃত্যু হোৱা আৰক্ষী বিষয়া গৰাকী

851
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাত ড্ৰাগছ মাফিয়াৰ হাতত বৃহস্পতিবাৰে নিশা এগৰাকী আৰক্ষী বিষয়াই প্ৰাণ হেৰুৱাইছে।

মৃত্যু হোৱা আৰক্ষী বিষয়া গৰাকী ত্ৰিপুৰাৰ চিপাহীজালা জিলাৰ কলমচৌৰা আৰক্ষী থানাত কৰ্তব্যৰত দুৰ্গা চন্দ্ৰ ৰংখল বুলি জানিব পৰা গৈছে।

আৰক্ষী সূত্ৰত দুৰ্গা চন্দ্ৰৰ হত্যাক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰিছে।

বৃহস্পতিবাৰে নিশা দুৰ্গা চন্দ্ৰই অন্য আৰক্ষী জোৱানৰ সৈতে দক্ষিণ কলমচৌৰাৰ চৌমহানি বাজাৰত পহৰা দি আছিল।

আৰক্ষীৰ দলটোৱে পহৰা দি থকাৰ সময়তে এখন মালভৰ্তি বাহন দ্ৰুত গতিত আহি থকা লক্ষ্য কৰে।

আৰক্ষীৰ দলটোৱে দ্ৰুত গতিত আহি থকা বাহনখন ৰখাবলৈ চেষ্টা কৰে যদিও বাহনখনে পহৰাদাৰী আৰক্ষী দলটোক মহতিয়াই লৈ যায়।

দ্ৰুতবেগী গাড়ীখনৰ খুন্দাত দুৰ্গা চন্দ্ৰ গুৰুতৰভাৱে আহত হয়। কৰ্তব্যৰত আৰক্ষী জোৱানসকলে তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়তে আৰক্ষী বিষয়া গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

শুকুৰবাৰে দুৰ্গা চন্দ্ৰৰ নশ্বৰ দেহ জন্মস্থানলৈ লৈ গৈ সম্পূৰ্ণ সামৰিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয়।

ৰাজ্য চৰকাৰে সমগ্ৰ ঘটনাৰ উচ্চস্তৰীয়া তদন্ত ঘোষণা কৰি মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে।

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd