• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভৰলুমুখত বিশেষভাৱে সক্ষম কিশোৰক প্ৰহাৰ কৰা আৰক্ষী জোৱানক নিলম্বন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 24, 2020 8:44 pm
ফটো-নৰ্থ-ইষ্ট নাও

ফটো-নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ ভৰলুমুখত বিশেষভাৱে সক্ষম এগৰাকী কিশোৰক প্ৰহাৰ কৰা আৰক্ষীক নিলম্বন কৰা হৈছে।

মহানগৰ উপ-আৰক্ষী আয়ুক্তই এক নিৰ্দেশনাযোগে এই কথা প্ৰকাশ কৰে।

Apply Now

বিশেষভাৱে সক্ষম কিশোৰ গৰাকীক নিৰ্বিচাৰভাৱে প্ৰহাৰ কৰাৰ শাস্তি হিচাপে নিলম্বিত হ’ল মহানগৰ আৰক্ষী ছাউনীৰ মুকুট বনিয়া নামৰ জোৱান গৰাকী।

ইয়াৰোপৰি, বিভাগীয় আৰক্ষী জোৱানজনৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে উপ-আৰক্ষী আয়ুক্ত গৰাকীয়ে।

উল্লেখযোগ্য যে, গুৱাহাটীৰ ভৰলুমুখত বিশেষভাৱে সক্ষম কিশোৰক প্ৰহাৰ কৰিছিল আৰক্ষীয়ে।

কিশোৰজনৰ ঔষধ শেষ হোৱাত পিতৃৰ লগত ঔষধ আনিবলৈ যাওঁতে ভৰলু আৰক্ষীয়ে প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল কিশোৰজনৰ পিতৃয়ে।

নৈশ কাৰফিউ আৰম্ভ হোৱাৰ সময়তে অৰ্থাৎ প্ৰায় ৬ বজাত ফাৰ্মাচীৰ পৰা ঔষধ আনিবলৈ গৈছিল দুয়ো পিতা-পুত্ৰ।

কোনো সোধপোছ নকৰাকৈ কিশোৰটিক কৰ্তব্যৰত আৰক্ষীয়ে পিছফালৰ পৰা লাঠীৰে কোবাইছিল বুলি কিশোৰজনৰ পিতৃয়ে অভিযোগ উত্থাপন কৰিছিল।

বিশেষভাৱে সক্ষম কিশোৰজনৰ পিতৃ পলাশ চলিহাই ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াত কিশোৰজনৰ ভিডিঅ’ আপল’ড কৰিছিল।

আনহাতে, আৰক্ষীক এই বৰ্বৰতাৰ কাৰণ সোধোঁতে পিতা-পুত্ৰক গ্ৰেপ্তাৰ কৰাৰহে হুমকি দিয়া বুলি ভিডিওটোত উল্লেখ কৰিছিল।

এই ভিডিও ফেইচবুকত প্ৰত্যক্ষ কৰাৰ পাছত কিশোৰজনক প্ৰহাৰ কৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল এ ডি জি জি. পি. সিঙে।

তাৰ পাছতে ঘটনাৰ লগত জড়িত এজন জোৱানক নিলম্বন কৰা হয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd