DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত তীব্ৰ বেগী বলেৰ’ পিকআপ ভ্যেনৰ খুন্দাত থিতাতে মৃত্যু কণমানি ছাত্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 27, 2019 6:32 pm
Bangaigaon Accident

বঙাইগাঁৱত পথ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন

54k
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁৱৰ বইটামাৰীত শুকুৰবাৰে সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত এগৰাকী কণমানি ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ সমগ্ৰ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰে।

জানিব পৰা মতে, শুকুৰবাৰে দিনৰ ভাগত বঙাইগাঁৱৰ বইটামাৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰ বেগী বলেৰ’ পিকআপ ভ্যেনে নিয়ন্ত্ৰণ হেৰুৱাই এগৰাকী কণমানি ছাত্ৰক মহতিয়াই নিয়ে।

দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰ গৰাকী বইটামাৰী জাতীয় বিদ্যালয়ৰ ৭ বছৰীয়া তনুশ্যাম সৰকাৰ।

ভয়াবহ দুৰ্ঘটনাটোত ছাত্ৰ গৰাকীয়ে চলাই অহা চাইকেলখন বলেৰ’ পিকআপ ভ্যেনখনৰ তলত সোমাই যায় আৰু ছাত্ৰীগৰাকীৰ থিতাতে মৃত্যু হয়।

আনহাতে, দুৰ্ঘটনাৰ পাছতে আৰক্ষীৰ এটা দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ বালি ভৰ্তি পিকআপ ভ্যেনখন জব্দ কৰে।

উত্তেজিত স্থানীয় নাগৰিকলকলে দ্ৰুতবেগী পিকআপ ভ্যেন সমূহক নিয়ন্ত্ৰণ কৰি ভবিষ্যতে এনে দুৰ্ঘটনা যাতে সংঘটিত নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায়।

দীৰ্ঘদিনৰ পৰা অঞ্চলটোত বালি ভৰ্তি পিকআপ ভ্যেন, ডাম্পাৰ সমূহে উপদ্ৰৱ চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোক সকলে।

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd