• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হঠাৎ চৰ্চালৈ আহিছে বিশ্বনাথৰ এখন গাঁও, কিন্তু কিয়?

কাজী জেইদুল ইছলাম,বিশ্বনাথ by কাজী জেইদুল ইছলাম,বিশ্বনাথ
September 23, 2021 1:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হঠাৎ চৰ্চালৈ আহিছে বিশ্বনাথৰ এখন গাঁও । কেতিয়াও ৰাইজৰ দৃষ্টিগোচৰ নোহোৱা গাওঁখনত হঠাৎ পদাৰ্পন হৈছে অসংখ্য জনতাৰ । দৰাচলতে এই বিশ্বনাথ জিলাৰ অসম- অৰুণাচল প্ৰদেশ সীমান্তৰ এখন সৰু গাঁও । নাম কাৰ্বি ব্লক ক্ৰ আৰং ।

প্ৰকৃতিয়ে সৰ্বস্ব উজাৰি দিয়া কাৰ্বি জনগোষ্ঠীৰ মিলন ভূমি পথাইজানক লৈ এতিয়া পৰ্যটন কেন্দ্ৰ এটা গঢ় লৈ উঠাৰ বাবে চলিছে নতুন পৰিকল্পনা ।

Apply Now

চলিত বৰ্ষৰ জানুৱাৰী মাহত কাৰ্বি ব্লক ক্ৰ আৰঙত বিশ্বনাথ মহাবিদ্যালয়ৰ এটা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত এটা শিবিৰ স্থাপন কৰা হৈছিল ।

উদ্দেশ্য আছিল গাঁও খন স্বচ্ছ গাঁও হিচাবে গঢ়ি তোলা । ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন.এছ.এছ. (Nss) ৰ শিবিৰৰ তত্বাৱধায়কৰ দায়িত্বত আছিল বিশ্বনাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ৰাজেশ্বৰ বড়ো।

লগত ৫০ জন এন.এছ. এছ. ৰ সদস্য ।কিন্তু এই অভিযানত অংশগ্ৰহণ কৰিবলৈ আহি অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি অভিভূত হৈ পৰিল দলটো।

তাৰ পিছত আৰাম্ভ হ’ল ইক’ পৰ্যটনৰ । পথাইলাংচু ইক’ কেম্প নামৰ প্ৰায় ৩৫ বিঘা মাটি কালিৰে এই ইক’ কেম্পটো এতিয়া বিশ্বনাথৰ বহুতৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।

তাৎপৰ্যপূৰ্ণ বিষয় এইযে এইয়া কোনো পৰ্যটন বিভাগৰ প্ৰচেষ্টা অথবা চৰকাৰী বিভাগৰ উদ্যোগত নহয় ।
এই গ্ৰাম্য পৰ্যটনৰ ৰূপ ৰেখা প্ৰস্তুত কৰিছে বিশ্বনাথ মহাবিদ্যালয়ে ।

যি এতিয়া চৰ্চা হৈছে সৰ্বত্ৰে । বহিঃ ৰাজ্যৰ বহু পৰ্যটনস্থলীত ৰখাৰ দৰে ইয়াতো ৰখা জনজাতীয় সাজ পোচাক, যি পৰিধান কৰি আপুনি উঠিব পাৰিব ফটো ।

এই সমগ্ৰ অঞ্চলটোক এতিয়া পৰ্যটকমুখী কৰি তোলাৰ ক্ষেত্ৰত সহযোগ কৰিছে বিশ্বানাথ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কোকিল হাজৰিকা, অধ্যক্ষ ডঃ চিন্তামণি শৰ্মা ,অধ্যাপক মানস প্ৰতিম দাস আৰু মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীয়ে ।

ইফালে এই অনুষ্ঠান সমূহৰ উন্নয়নৰ ক্ষেত্ৰত চাৰসিং টকবিক মুখ্যমন্ত্ৰী হিচাবে লৈ গঠন কৰা হৈছে এখন উন্নয়ন পৰিষদ। এই ক্ষেত্ৰত সহযোগ কৰিছে গাঁওবাসীয়ে।

কাজী জেইদুল ইছলাম,বিশ্বনাথ

কাজী জেইদুল ইছলাম,বিশ্বনাথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm
প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd