• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বামীয়ে শিৰত পিন্ধোৱা সেন্দূৰ খাই আত্মহত্যা এগৰাকী মহিলাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 10, 2020 3:19 pm

1 min read

স্বামীয়ে শিৰত পিন্ধোৱা সেন্দূৰ খাই আত্মহত্যা এগৰাকী মহিলাৰ
7.6k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় হিন্দু পৰম্পৰাত সেন্দূৰক অতি পবিত্ৰ সম্পদ হিচাপে গণ্য কৰা হ’লেও উত্তৰপ্ৰদেশত এগৰাকী মহিলাই সেই সেন্দূৰ খাই আত্মহত্যাৰ পথ বাচি লয়।

জানিব পৰা মতে, উত্তৰপ্ৰদেশৰ দানপুৰ গাঁৱৰ এগৰাকী ২৬ বছৰীয়া মহিলাই স্বামীয়ে নিজৰ কৰ্মস্থলী চুৰাতলৈ তেওঁক লৈ যোৱাৰ বাবে অমান্তি হোৱাত মহিলা গৰাকীয়ে আত্মহত্যা কৰে।

‘‘আত্মহত্যা কৰা মহিলা গৰাকীৰ স্বামীয়ে পত্নীক চুৰাতলৈ লৈ যাবলৈ অমান্তি হৈ নিজ ঘৰতে থাকিবলৈ কৈ তেওঁলোকৰ আঢ়ৈ বছৰীয়া সন্তানক চোৱা-চিতা কৰাৰ বাবে কৈছিল,’’ তদন্তকাৰী আৰক্ষীয়ে উল্লেখ কৰে।

স্বামীৰ সিদ্ধান্তত খৰ্গহস্ত হৈ পত্নীয়ে ঘৰতে থকা সেন্দূৰ অধিক মাত্ৰা খোৱাৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰে।

পৰৱৰ্তী সময়ত ওচৰ-চুবুৰীয়াই মহিলা গৰাকীক চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয়ত মহিলা গৰাকীৰ স্বাস্থ্যৰ ক্ৰমাৎ অধিক অৱনতি ঘটে আৰু বুধবাৰে মহিলা গৰাকীয়ে মৃত্যুক আকোৱালি ল’বলগীয়া হয়।

আৰক্ষীয়ে ঘটনাৰ তদন্তৰ বাবে বৰ্তমান মহিলা গৰাকীৰ স্বামীক আটক কৰিছে আৰু সোধা-পোছা অব্যাহত ৰাখিছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd