• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত যুৱক

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , December 6, 2019 10:34 pm

1 min read

শিৱসাগৰত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত যুৱক
3k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ প্ৰগতি চাৰিআলিৰ সমীপত আজি সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ থিতাতে মৃত্যু হয়। মৃত যুৱকজনক পালেঙীৰ ৰাজ বৰগোহাঁই (২৪) বুলি চিনাক্ত কৰা হৈছে।

শিৱসাগৰৰ প্ৰগতি চাৰিআলিৰ সমীপত এখন তীব্ৰ বেগী ডাম্পাৰে পিছফালৰ পৰা এ এছ ০৪ য়ু ৩২৫৭ নম্বৰৰ এখন স্কুটিক প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত স্কুটী আৰোহী ৰাজ বৰগোহাঁইৰ স্কুটীৰ পৰা দূৰত ছিটিকি পৰে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজক তাৎক্ষণিকভাৱে প্ৰগতি নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে ৰাজে শেষ নিশ্বাস ত্যাগ কৰে।

ইফালে এই দুৰ্ঘটনাত স্কুটীৰ চালক অৰ্থাৎ আনজন যুৱক সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত যুৱকজনক দিতুল গগৈ বুলি চিনাক্ত কৰা হৈছে।

দুই যুৱকে শিৱসাগৰত ভাওনাৰ আখৰা কৰিবলৈ আহিছিল বুলি জানিব পৰা গৈছে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা ডাম্পাৰখনে পলায়ন কৰে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd