• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অ’ এন জি চিৰ শিৰত পাব্লিক চেক্টৰ ফুটবল টুৰ্ণামেন্টৰ খিতাপ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 26, 2019 9:01 pm
প্ৰতিযোগিতাত বিজয়ী অ' ন জি চিৰ দলটো

প্ৰতিযোগিতাত বিজয়ী অ' ন জি চিৰ দলটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অল ইণ্ডিয়া পাব্লিক চেক্টৰ ফুটবল টুৰ্ণামেন্ট ২০১৯ৰ মঙলবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত তেল আৰু প্ৰাকৃতিক গেছ নিগম (অ’ এল জি চি) দলটো বিজয়ী হয়।

গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ২১ ফেব্ৰুৱাৰিৰ পৰা চলি থকা প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত অ’ এন জি চিয়ে আয়োজক দল ভাৰতীয় খাদ্য নিগম (এফ চি আই)ক ২-০ গলত পৰাজিত কৰি চলিত বৰ্ষৰ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

খেলখন আৰম্ভ হোৱাৰ দুই মিনিটতে অ’ এন জি চিৰ হৈ লালমুৱা পুইয়াই প্ৰথমটো গল দিয়ে। দ্বিতীয়াৰ্ধৰ ৭২ মিনিটত আৰিফ শ্বেইখে আনটো গ’ল কৰি দলৰ জয়ৰ ব্যাৱধান ২-০ লৈ উন্নীত কৰে।

তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত দুয়োটা দলে আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰিলেও এফ চি আয়ে গ’ল কৰিবলৈ সক্ষম নহ’ল।

বঁটা বিতৰণী অনুষ্ঠানত ভাৰতীয় খাদ্য নিগমৰ উত্তৰ-পূব মণ্ডলৰ কাৰ্যবাহী সঞ্চালক এ কে সিনহাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিজয়ী দলৰ উপৰিও প্ৰতিযোগিতাখনত অংশ লোৱা প্ৰতিটো দলৰ খেলুৱৈসকলক অভিনন্দন জনায়। সামৰণি অনুষ্ঠানটোত এফ চি আইৰ উত্তৰ-পূব মণ্ডলৰ মুখ্য প্ৰৱন্ধক এম কে গগৈয়ো উপস্থিত থাকে।

ভাৰতীয় খাদ্য নিগমৰ উদ্যোগত গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমুহৰ মাজৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতা খনত মুঠ ১২ টা দলে অংশ লৈছিল। আটাইকেইটা দলৰ প্ৰতিযোগীসকলৰ মাজত বহুকেইগৰাকী দেশৰ আগশাৰীৰ ফুটবলাৰো আছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

September 19, 2025 8:13 pm
মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

September 19, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd