• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অ’এনজিচিয়ে আয়োজন কৰিব বসন্ত উৎসৱ; হুঁচৰি,বৰ বিহুৱতী, জেংবিহুত ৯ লাখ টকাৰ পুৰস্কাৰ ধাৰ্য

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
March 29, 2022 12:07 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত বৰ্ষৰ দৰে এই বৰ্ষতো শিৱসাগৰত অ’এনজিচি অসম সম্পদৰ সৌজন্যত আৰু শ্ৰমিক কৰ্মচাৰী তথা বিষয়াবৰ্গৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে বসন্ত উৎসৱ-২০২২ উদযাপন কৰাৰ প্ৰস্তুতি চলাইছে। সেই অনুসৰি ২২, ২৩ আৰু ২৪ এপ্ৰিলত অ’এনজিচিৰ শিৱসাগৰ আৱাসিক এলেকাত থকা কেন্দ্ৰীয় বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব বসন্ত উৎসৱ। 

সোমবাৰে এক সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে অ’এনজিচিৰ বসন্ত উৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ গগৈয়ে। 

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া উক্ত বসন্ত উৎসৱৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা, বৰ বিহুৱতী প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতাকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

Apply Now

লগতে পঢ়ক: বিনামূলীয়া নহয়, মাত্ৰ ২৫ টকাত ‘গৰু’: চলচ্চিত্ৰপ্ৰেমী দৰ্শকলৈ সুযোগ হিমাংশু প্ৰসাদ দাসৰ

প্ৰতিযোগিতাত মুঠ ৯ লাখ টকাৰ পুৰস্কাৰ (প্ৰাইজমানি) ধাৰ্য কৰা হৈছে বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। হুঁচৰি প্ৰতিযোগিতাত প্ৰথম পুৰষ্কাৰ ২ লাখ ৫০ হাজাৰ, দ্বিতীয় পুৰষ্কাৰ ১ লাখ ৫০ হাজাৰ আৰু তৃতীয় পুৰষ্কাৰ ১ লাখ টকা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে। 

ইপিনে, অ’এনজিচিয়ে আয়োজন কৰা বসন্ত উৎসৱৰ লগত সংগতি ৰাখি ১ এপ্ৰিল আৰু ৩ এপ্ৰিলৰ পৰা পৃথকে পৃথকে নাজিৰা আৰু শিৱসাগৰ অ’এনজিচি ক’লনিত দুখনকৈ বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে।

এই বৰ্ষত অ’এনজিচিয়ে আয়োজন কৰা বসন্ত উৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত অসমৰ জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ লগতে কণ্ঠশিল্পী দীপলিনা ডেকাই অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। 

লগতে পঢ়ক: বিষ প্ৰয়োগৰ বলি ফুটবল ক্লাৱ চেলচিৰ স্বত্ত্বাধিকাৰ, ৰাছিয়ান ধনকুবেৰ ৰোমান আব্ৰামোভিচ

বসন্ত উৎসৱৰ লগত সংগতি ৰাখি ব্ৰজেন ফুকনৰ মুখ্য সম্পাদনাত এনাজৰী নামৰ এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হ’ব। 

শিৱসাগৰ অ’এনজিচি ক’লনিত অনুষ্ঠিত হ’বলগীয়া উক্ত বসন্ত উৎসৱত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে। 

পার্শ্বজোতি গগৈ, শিৱসাগৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd