DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চেঞ্চুৰী অভিমুখী পিঁয়াজৰ মূল্য; আকস্মিক মূল্যবৃদ্ধিৰ কাৰণ কি?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2019 1:04 pm
2.5k
VIEWS
Share on FacebookShare on Twitter

সাধাৰণতে পিঁয়াজ কাটোতে চকু পানী ওলায় কিন্তু বৰ্তমান যি আকাশলংঘী মূল্য হৈছে তাত হয়তো আপোনাৰ পিঁয়াজ কিনোতে ওলাব পাৰে চকুপানী।

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে পিঁয়াজৰ মূল্য। ইতিমধ্যে হাফ চেঞ্চুৰী অতিক্ৰম কৰা পিঁয়াজে শতক অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে।

জানিব পৰা মতে আগন্তুক দুৰ্গাপূজা উপলক্ষে কলকাতাৰ পাইকাৰী বজাৰত পিঁয়াজৰ ট্ৰাক সোমাবলৈ দিয়া হোৱা নাই। ইফালে কৰ্ণাটক আৰু নাছিকত হোৱা প্ৰৱল বানৰ কৱলত পৰি পিঁয়াজৰ বীজ নষ্ট হোৱাৰ বাবেও ইয়াৰ প্ৰভাৱ ৰাজ্যখনৰ খুচুৰা-পাইকাৰী বজাৰত পৰিছে বুলি জানিব পৰা গৈছে।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মহানগৰীতো পিঁয়াজৰ খুচুৰা মূল্যই বৰ্তমান প্ৰতি কিলোগ্ৰামত ৫০-৬০ টকা পৰ্যন্ত পাইছেগৈ। বিপীৰতে পিঁয়াজৰ পাইকাৰী মূল্য হৈছেগৈ ৪৫-৪৬ টকা।

ইফালে পিঁয়াজৰ ম্যূল্য বৃদ্ধিক লৈ বজাৰত গ্ৰাহক আৰু বেপাৰীৰ মাজত তৰ্কাতৰ্কি হোৱাও দেখা গৈছে। মাত্ৰ এসপ্তাহৰ ভিতৰত পিঁয়াজৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সমগ্ৰ ৰাজ্যবাসীক।

পিঁয়াজৰ এই আকস্মিক মূল্যবৃদ্ধি চৰকাৰৰ খাদ্য আৰু যোগান বিভাগে কিদৰে নিয়ন্ত্ৰণ কৰে সেয়া অনাগত দিনত লক্ষণীয় হ’ব।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd