• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অনলাইন শিক্ষা বিদ্যালয়ৰ বিকল্প হ’ব নোৱাৰে : মনীষ চিচোদিয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 12, 2020 11:49 am

1 min read

অনলাইন শিক্ষা বিদ্যালয়ৰ বিকল্প হ’ব নোৱাৰে : মনীষ চিচোদিয়া
319
VIEWS
Share on FacebookShare on Twitter

অনলাইন শিক্ষা বিদ্যালয়ৰ বিকল্প হ’বই নোৱাৰে বুলি দিল্লীৰ উপ মুখ্য মন্ত্ৰী তথা শিক্ষা মন্ত্ৰী মনীষ চিচোদিয়াই কৰা মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মঙলবাৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে অনলাইন শিক্ষা কেৱল শিকা আৰু শিকোৱা প্ৰক্ৰিয়াটো চলাই থকাৰ মাধ্যমহে।

মন্ত্ৰী চিচোদিয়াই অনলাইন শিক্ষা আৰু অৰ্ধ-অনলাইন শিক্ষা প্ৰণালীৰ সমীক্ষা কৰাৰ বাবে দিল্লীৰ এখন চৰকাৰী বিধ্যালয়ত শিক্ষক আৰু অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰোতে এই মন্তব্য কৰে।

মত বিনিময়ৰ সময়ত মন্ত্ৰী চিচোদিয়াই কয়, ‍‘মহামাৰীৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ বহুত ক্ষতি আছে। বিদ্যালয়ত লাভ কৰা শিক্ষা অনলাইনত সম্ভৱ নহয়’।

তেওঁ লগতে কয়, ‍‘মই জানো অনলাইন শিক্ষা ছাত্ৰ-ছাত্ৰীৰ বিকাশৰ বাবে সঠিক নহয়, কিন্তু বৰ্তমান শিকক আৰু শিকোৱা প্ৰক্ৰিয়াটো চলাই থকাটোৱে আমাৰ প্ৰধান উদ্দেশ্য’।

ইয়াৰ উপৰি পিতৃ-মাতৃ, শিক্ষক আৰু দিল্লীৰ ১৬ লাখ ছাত্ৰ-ছাত্ৰীয়ে একলগে প্ৰাৰ্থনা কৰিলে অতি শীঘ্ৰে বিদ্যালয় খুলিব পাৰিব বুলি শিক্ষা মন্ত্ৰী মনীষ চিচোদিয়াই মন্তব্য কৰে।

Recent News

Pradhan-Mant

কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বন্ধ কৰিলে চৰকাৰে, মৃত্যু ঘটিলেও পৰিয়ালে নাপাব সাহায্য!

Jakhalabandha police

অত্যাধুনিক মাৰণাস্ত্ৰসহ ৩জন চোৰাং চিকাৰীক আটক কৰিলে জখলাবন্ধা আৰক্ষীয়ে

COVID19-image-credit-Odishatv-750x375

গোলাঘাটত দৈনিক বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা; যোৱা ২৪ ঘন্টাত ১১ জন ক’ভিড ৰোগী চিনাক্ত

Park-street

পাঁচ মহলীয়া আট্টালিকাৰ পৰা পাঁচ যুৱতীৰ একেলগে জঁপিযাই আত্মহত্যাৰ চেষ্টা : ক’ত আৰু কিয়?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd