• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অনলাইন গেম খেলিব নিদিয়াত ঘৰৰ পৰা পলায়ন কৰা কিশোৰক বৰঝাৰ বিমান বন্দৰত উদ্ধাৰ

NE NOW NEWS এন ই নাও নিউজ
বিশ্বনাথ , October 13, 2019 9:42 am

1 min read

অনলাইন গেম খেলিব নিদিয়াত ঘৰৰ পৰা পলায়ন কৰা কিশোৰক বৰঝাৰ বিমান বন্দৰত উদ্ধাৰ
2.9k
VIEWS
Share on FacebookShare on Twitter

অনলাইন গেম খেলিবলৈ নিদিয়াৰ বাবে কালি অৰ্থাৎ ১২ অক্টোবৰত বিশ্বনাথৰ পৰা পলাই অহা ১৫ বছৰীয়া কিশোৰক আৰক্ষীয়ে বৰঝাৰ বিমান বন্দৰৰ পৰা উদ্ধাৰ কৰে।

জানিব পৰা মতে শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰজন অললাইন গেম ‘Free Fire’ৰ প্ৰতি আসক্ত আছিল। আৰু অনলাইনতে দিল্লীৰ এখন টুৰ্ণামেণ্টত ছাত্ৰজনে অংশ গ্ৰহণ কৰিছিল।

কিন্তু ১৫ বছৰীয়া কিশোৰটোক পৰিয়ালৰ লোকে এই গেমত অংশ গ্ৰহণ কৰাত বাধা প্ৰদান কৰিছিল। ফলত কিশোৰটীয়ে ঘৰৰ পৰা পলাই মুম্বাইলৈ যাবলৈ বুলি বিমানৰ টিকট কটাৰ বাবে মহানগৰীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈছিল।

সেই সময়তে সহকাৰী আৰক্ষী আয়ুক্ত (গুৱাহাটী পশ্চিম)ৰ নেতৃত্বত আজৰা আৰক্ষী আৰু বিমান বন্দৰৰ নিৰাপত্তাৰক্ষীয়ে কিশোৰটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পিছত আৰক্ষীয়ে কিশোৰটিক পৰিয়ালৰ লোকক চমজাই দিয়ে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd