DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

একমাত্ৰ মহিলাকহে প্ৰৱেশৰ অনুমতি দিয়া হয় এই দ্বীপটোত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2020 5:18 pm
Iland
63.1k
VIEWS
Share on FacebookShare on Twitter

আপুনি বিশ্বৰ এনেকুৱা ঠাইৰ বিষয়ে শুনিছেনে যি ঠাইলৈ একমাত্ৰ মহিলা সকলেহে যাব পাৰে।

আপুনি এনেকুৱা কথা নুশুনিবও পাৰে কিন্তু আজি আমি এনেকুৱা এখন ঠাইৰ কথা কম য’ত পুৰুষৰ প্ৰৱেশ নিষেধ।

একমাত্ৰ মহিলা সকলকহে এই স্থানলৈ যোৱাৰ অনুমতি দিয়া হয়। এই বিখাত ঠাই টুকুৰাৰ নাম হ’ল ফিনলেণ্ডৰ চুপাৰ চি আইলেণ্ড।

চলিত বৰ্ষতে ৮.৪৭ একৰ জোৰা এই দ্বীপটো মুকলি কৰি দিয়া হয়। আমেৰিকাৰ ক্ৰিষ্টিনা ৰোথ নামৰ এগৰাকী ব্যৱসায়ী মহিলাই এই দ্বীপটো ক্ৰয় কৰে।

দৰাচলতে ক্ৰিষ্টিনাই মহিলা সকলে মুকলি মনেৰে বন্ধৰ দিন উদযাপন কৰিব পৰা ঠাইৰ সন্ধানত আছিল।

‘‘মহিলা সকলে যাতে কোনোধৰণৰ সমস্যাৰ সন্মুখিন হ’বলগীয়া নহয়। তেওঁলোকে এই দ্বীপত সুস্থভাৱে, পৰিপুষ্টিকৰ খাদ্য আৰু অন্যান্য সা-সুবিধাৰে সময় কটাব পাৰে,’’ ক্ৰিষ্টানাই কয়।

চুপাৰ চি আইলেণ্ডত এখন ৰিজৰ্টৰ কামো কৰি থকা হৈছে য’ত চাৰিটা কেবিন আছে আৰু এই কেবিন চাৰিটাত ১০ গৰাকী মহিলা থাকিব পৰাৰ ব্যৱস্থা উপলব্ধ হ’ব।

তাৰোপৰি, ৰিজৰ্টখনত স্পা, স্কুৱা বাথকে আদি কৰি অন্যান্য বহু সুবিধাও উপলব্ধ থাকিব বুলি জানিব পৰা গৈছে।

এই কেবিন সমূহত মহিলা সকলে ২ লাখৰ পৰা ৪ লাখ টকাৰ ভিতৰত পাঁচদিন কটাব পাৰিব।

জানিব পৰা মতে, এই দ্বীপটোলৈ যোৱাৰ পূৰ্বে সেই স্থানলৈ যাব বিচৰা মহিলা সকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হ’ব।

Recent News

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd