• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

নামচাইত কানিসহ দুই অসমৰ ব্যৱসায়ী আটক

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , August 24, 2019 8:24 pm

1 min read

নামচাইত কানিসহ দুই অসমৰ ব্যৱসায়ী আটক
342
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ চুবুৰিয়া অৰুণাচল প্ৰদেশৰ নামচাইত অৰুণাচল আৰক্ষীয়ে আজি প্ৰায় ৩০০ গ্ৰাম কানিসহ দুজন চোৰাং কানি ব্যৱসায়ী আটক কৰে।

জানিব পৰা মতে আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত চোৰাং ব্যৱসায়ী দুজনক আটক কৰা হয়৷ ধৃত লোক দুজনক কাকপথাৰ থানাৰ অন্তৰ্গত ডিৰাক চাৰি আলিৰ লক্ষ্মীন্দ্ৰ মৰাণ আৰু দাদু মহন্ত বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে বেপাৰী দুজনে অৰুণাচলৰ পৰা অসমলৈ কানি কঢ়িয়াই আনিছিল। কানিখিনিৰ বজাৰ মূল্য প্ৰায় ৪০ হাজাৰ টকা হ’ব বুলি ধাৰণা কৰা হৈছে।

আনহাতে উক্ত দুই ধৃত কানি বেপাৰীয়ে দীৰ্ঘদিন ধৰি অৰুণাচলৰ পৰা অসমলৈ কানি সৰবৰাহ কৰি আহিছিল বুলি সূত্ৰত প্ৰকাশ।

নামচাই আৰক্ষীয়ে অধিক তথ্যৰ বাবে তেওঁলোকক নিজৰ জিম্মাত লৈ সোধা-পোচা অব্যাহত চলাই আছে। তেওঁলোকৰ পৰা অঞ্চলটোত অব্যাহত থকা অবৈধ কানি ব্যৱসায়ী চক্ৰৰ বহু তথ্য উদ্ধাৰ কৰিব পৰা যাব বুলি আৰক্ষীয়ে সদৰী কৰে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd