• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেংকত চাকৰিৰ সুযোগ: ১২,০০০ ক্লাৰ্কৰ পদত নিযুক্তিৰ বাবে আবেদন আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2019 10:45 am
SBI-Recruitment-2018-750x430-750x375

প্ৰতিনিধিত্বমূলক ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিয়ান বেংকিং পাৰ্ছনেল ছিলেকশ্যন (IBPS)য়ে ক্লাৰ্কৰ পদৰ বাবে আবেদন বিচাৰিছে। ইয়াৰ জৰিয়তে বিভিন্ন বেংকত খালী হৈ থকা ১২০৭৫টা পদত নিযুক্তি দিয়া হ’ব।

যিসকল প্ৰাৰ্থীয়ে বেংকিং ক্ষেত্ৰত নিজৰ কেৰিয়াৰ বনাব বিচাৰে তেওঁলোকে শীঘ্ৰেই এই পদৰ বাবে আবেদন কৰক।

Apply Now

জানি থওক যে আবেদনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু আবেদনৰ অন্তিম তাৰিখ ৯ অক্টোবৰ।

আবেদন সম্পৰ্কীয় সৱিশেষ চাওকঃ

গুৰুত্বপূৰ্ণ তাৰিখঃ

আবেদন কৰাৰ অন্তিম তাৰিখ-৯ অক্টোবৰ ২০১৯

মাছুল জমা দিয়াৰ তাৰিখ-৯ অক্টোবৰ ২০১৯

প্ৰাৰম্ভিক পৰীক্ষাৰ তাৰিখ- ৭,৮,১৪ আৰু ২১ ডিচেম্বৰ ২০১৯

চূড়ান্ত পৰীক্ষাৰ তাৰিখ-১৯ জানুৱাৰি ২০২০

যোগ্যতাৰ সৱিশেষঃ

কোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা স্নাতকসকলে এই পদত আবেদন কৰিব পাৰিব। পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থী ১-০৯-২০১৯’ত বয়স ২০ বছৰৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে নিয়ম অনুযায়ী বয়সৰ সীমা ৰেহাই দিয়া হৈছে।

আবেদন মাছুল কিমানঃ

সাধাৰণ আৰু অন্যান্য পাছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আবেদন মাছুল ৬০০ টকা। আনহাতে, অনুসূচীত জাতি/অনুসূচীত জনজাতি/ দিব্যাংগৰ বাবে মাছুল ১০০ টকা। মাছুল ডেবিট, ক্ৰেডিট. য়ুপিআই,নেট বেংকিঙৰ মাধ্যমেৰে কৰিব পাৰে।

কেনে হ’ব নিযুক্তি প্ৰক্ৰিয়াঃ

আবেদন কৰিবলৈ প্ৰাৰ্থীয়ে ibps.in যাব লাগিব। প্ৰাৰ্থীসকলৰ নিযুক্তি অনলাইন পৰীক্ষাৰ আধাৰত কৰা হ’ব।

পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথমতে প্ৰাৰম্ভিক আৰু তাৰ পাছত মুখ্য পৰীক্ষা।

নিযুক্তি প্ৰাপ্ত প্ৰাৰ্থীসকলৰ পে’ স্কেল হ’ব ৭২০০-১৯৩০০ টকা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

October 22, 2026 8:10 pm
ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

October 22, 2026 7:21 pm
বঙাইগাঁওৰ হোটেলৰ পৰা উদ্ধাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ডি এছ পি খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ

বঙাইগাঁওৰ হোটেলৰ পৰা উদ্ধাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ডি এছ পি খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ

October 22, 2026 6:30 pm
আৰম্ভণিৰে পৰা SIRৰ সমালোচক, এইবাৰ আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত যোগ দিব অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰে

আৰম্ভণিৰে পৰা SIRৰ সমালোচক, এইবাৰ আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত যোগ দিব অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰে

October 22, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

October 22, 2026 8:10 pm
ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

October 22, 2026 7:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd