• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীত ভোট দিয়া বিজেপি নেতাই পুনৰ ভোট দিলে বিহাৰত! বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

এন ই নাও নিউজ, অসমীয়া by এন ই নাও নিউজ, অসমীয়া
November 7, 2025 10:08 am
61
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাহুল গান্ধীৰ ‘হাইড্ৰ’জেন বোমা’ৰ মাজতে বিজেপিৰ বিৰুদ্ধে পুনৰ ‘ভোট চুৰি’ৰ অভিযোগক লৈ সৰৱ হৈ পৰিছে বিৰোধী। চলিত বৰ্ষৰ আৰম্ভণিতে দিল্লীত ভোটদান কৰাৰ পিছত একেজন বিজেপি নেতাই নৱেম্বৰ মাহত বিহাৰ বিধানসভা নিৰ্বাচনতো ভোটদান কৰা দেখা গৈছে বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। অৱশ্যে বিজেপিয়ে এই গুৰুতৰ অভিযোগ অস্বীকাৰ কৰি প্ৰত্যুত্তৰ দিছে।

আপ নেতা সৌৰভ ভৰদ্বাজে নিজৰ এক্স হেণ্ডেলত এক চাঞ্চল্যকৰ পোষ্ট দি ৰাকেশ সিনহা নামৰ বিজেপি নেতাই যোৱা ফেব্ৰুৱাৰী মাহত দিল্লীত ভোটদান কৰাৰ অভিযোগ উত্থাপন কৰিছে। বৃহস্পতিবাৰেও তেওঁক ভোটদান কৰা দেখা গৈছিল। দুখন পৃথক ভোটদানৰ ছবিও তেওঁ শ্বেয়াৰ কৰিছে।

Apply Now

His Term as Rajya Sabha MP ended in 2024 July. Voted in Delhi in Feb 2025 and again in Bihar in Nov 2025. Did he change his address from Delhi to Bihar too? 🤔 pic.twitter.com/0Tgd22KsAS

— Mohammed Zubair (@zoo_bear) November 6, 2025

অৱশ্যে এই অভিযোগ তৎক্ষণাত খণ্ডন কৰিছে অভিযুক্ত নেতা ৰাকেশ সিনহাই। তেওঁ দাবী কৰে যে যেতিয়া তেওঁ দিল্লীত ভোটদান কৰিছিল তেতিয়া তেওঁ তাত ভোটাৰ আছিল। কিন্তু এই মাজৰ সময়খিনিতে তেওঁ নিজৰ নাম আইনী পদ্ধতিৰে সলনি কৰি বিহাৰৰ ভোটাৰ তালিকাভুক্ত কৰিলে। দুহেজাৰ চৌবিশ চনৰ জুলাই পৰ্যন্ত ৰাজ্যসভাৰ সাংসদ হিচাপে থকা ৰাকেশে এনে ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ বাবে মানহানিৰ গোচৰ ৰুজু কৰাৰো হুংকাৰ দিছে।

baseless and morally contested allegation is being levelled against me by by liars and morally degraded leaders of @AamAadmiParty @INCIndia and their ilks . My name is only in Bihar’s electoral roll . It was earlier in Delhi’ s electoral roll and I got it deleted through… pic.twitter.com/wuvwHPZD8V

— Prof Rakesh Sinha (@RakeshSinha01) November 6, 2025

তেওঁ নিজৰ এক্স হেণ্ডেলত স্পষ্টকৈ লিখিছে, “আপ, কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰ দলৰ ভুৱা আৰু অনৈতিক নেতাসকলে মোৰ বিৰুদ্ধে ভিত্তিহীন আৰু অনৈতিক অভিযোগ উত্থাপন কৰিছে। মোৰ নাম কেৱল বিহাৰৰ ভোটাৰ তালিকাত আছে। ইয়াৰ আগতে মোৰ নাম দিল্লী ভোটাৰ তালিকাত আছিল। কিন্তু আইনী পদ্ধতিৰে মই সেইটো আঁতৰাই পেলালোঁ।”

ইফালে, বিৰোধীৰ এই অভিযোগ কেৱল ৰাকেশ সিনহাৰ বিৰুদ্ধে নহয়। তেওঁলোকে দাবী কৰিছে যে বিজেপিৰ দিল্লী পূৰ্বাচল মৰ্চাৰ সভাপতি সন্তোষ ওঝা আৰু দলীয় কৰ্মী নগেন্দ্ৰ কুমাৰকো দিল্লীৰ পিছত একেলগে বিহাৰত ভোটদান কৰা দেখা গৈছিল। এয়া সমগ্ৰ ভোটদান প্ৰক্ৰিয়াটোৰ স্বচ্ছতাক লৈ এক ডাঙৰ প্ৰশ্ন।

এন ই নাও নিউজ, অসমীয়া

এন ই নাও নিউজ, অসমীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd