• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ অনুষ্ঠিত কৰক এ পি ডি চি এলৰ পৰীক্ষা : কংগ্ৰেছ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 30, 2019 11:37 am
Debabrata-Saikia

অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া : ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৮ এপ্ৰিল অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হৈ যোৱা এ পি ডি চি এলৰ লিখিত পৰীক্ষাত হোৱা বিসংগতি সন্দৰ্ভত মুখ্য মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনায় বিৰোধী দলপতি তথা নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই।

পত্ৰৰ জৰিয়তে বিৰোধী দলপতি গৰাকীয়ে মুখ্য মন্ত্ৰীক উদ্দেশ্যি কয় যে দেওবাৰে অনুষ্ঠিত এ পি ডি চি এলৰ লিখিত পৰীক্ষাত ব্যাপক বিসংগতি সংঘটিত হৈছে। ছ’চিয়েল মিডিয়াত প্ৰশ্ন কাকত ফাদিল হেৱা, কিছুমান পৰীক্ষাৰ্থীক আগতীয়াকৈ উত্তৰ যোগান ধৰা আৰু মোবাইল ফোন ব্যৱহাৰ কৰাৰ বিশ্বাসযোগ্য  প্ৰমাণ পোৱা গৈছে। এই সন্দৰ্ভত দুজন নিৰীক্ষক আৰু এজন পৰীক্ষাৰ্থীক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে।

Apply Now

ইয়াৰ উপৰি সংবাদ মাধ্যমত শক্তি বিভাগৰ একাংশ প্ৰভাৱশালী ব্যক্তিয়ে উক্ত পদ সমুহৰ সৰহ সংখ্যকেই স্বজন তোষণ নীতি আৰু ধনৰ লেনদেনৰ জৰিয়তে নিৰ্দিষ্ট প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰি থোৱা হৈছে বুলি বাতৰিযোগে প্ৰচাৰো হৈছে।

পত্ৰখনত আৰু উল্লেখ কৰে যে,  আপোনাৰ শাসন কালত বন আৰু পৰিবেশ বিভাগ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পিছত এইটো তৃতীয় বিসংগতিপূৰ্ণ পৰীক্ষা অনুষ্ঠিত হ’ল। তেওঁ লগতে উল্লেখ কৰে যে, আপুনি অসমৰ ৰাইজক স্বচ্চ নিকা প্ৰশাসন দিয়াৰ লগতে দুৰ্নীতিৰ লগত আপোচ নকৰো বুলি বাৰম্বাৰ কৈ আহিছে যদিও চিণ্ডিকেটৰ ক্ষেত্ৰতে হওক বা চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰতে হওক আপোনাৰ নেতৃত্বাধীন চৰকাৰখনে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰাৰ দিশে অগ্ৰসৰ হৈছে।

এ পি ডি চি এলৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবীৰে দেবব্ৰত শইকীয়াই সোমবাৰে মুখ্য মন্ত্ৰীলৈ লিখা পত্ৰ

পত্ৰৰ যোগেদি তেওঁ দাবী উত্থাপন কৰে যে,  কেৱল বিৰোধী দলপতি ৰূপেই নহয়, অসমৰ এজন বাসিন্দা হিচাপে দাবী জনাও যে দুই লাখতকৈ অধিক নিবনুৱা পৰীক্ষাৰ্থীক অন্যায় কৰা এই বিভাগীয় পৰীক্ষাটো বাতিল কৰি পুনৰ অনুষ্ঠিত কৰা হওক।

ইয়াৰ উপৰি এ পি ডি চি এল ৰ বিসংগতিমূলক পৰীক্ষাৰ বাবে দোষী ব্যক্তি সকলৰ বিৰুদ্ধে পদবীলৈ নাচায় শাস্তি মূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd