• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাটনাত ১৫টা বিৰোধী দলৰ ৩ ঘন্টা ৪৫ মিনিটৰ আলোচনা সম্পন্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2023 6:15 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ উদ্দেশ্য আগত ৰাখি আজি বিয়লি বিহাৰৰ পাটনাত একত্ৰিত হৈ আলোচনাত মিলিত হয় দেশৰ বিৰোধী শক্তি। 

১৫টা বিৰোধী দলৰ ২৭ গৰাকী প্ৰতিনিধিয়ে এই বিশেষ বৈঠকত অংশগ্ৰহণ কৰে। 

Apply Now

বৈঠকত উপস্থিত হৈছে ওড়িশা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু কেৰালাৰ বাহিৰে দেশৰ প্ৰায়বোৰ অবিজেপি শাসিত মুখ্যমন্ত্ৰীয়ে। উপস্থিত আছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চুৰেণ, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন আদি।  

ইফালে দিল্লী আৰু পঞ্জাৱৰ ভিতৰত কংগ্ৰেছৰ বৈৰী ৰূপে পৰিচিত আম আদমি পাৰ্টিৰ দুই মুখ্যমন্ত্ৰী ক্ৰমে অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মানো উপস্থিত আছিল এই বৈঠকত।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ উদ্যোগত আহ্বান কৰা এই বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ লগতে ৰাহুল গান্ধীও উপস্থিত থাকে। 

উপস্থিত আছে বৰ্ষীয়ান ৰাজনীতিক এনচিপিৰ প্ৰধান শাৰদ পাৱাৰ, আৰজেডিৰ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ, সমাজবাদী পাৰ্টিৰ প্ৰধান তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ সিং, শিৱসেনাৰ উদ্ধৱ থাকৰে আৰু পুত্ৰ আদিত্য থাকৰে, চিপিআই(এম)ৰ সাধাৰণ সম্পাদৰ সীতাৰাম য়েচুৰী, জন্মু আৰু কাশ্মীৰৰ প্ৰাক্তন দুই মুখ্যমন্ত্ৰী ক্ৰমে মেহবুবা মুফ্টি, আৰু ওমৰ আব্দুলা। 

শাসকীয় বিজেপিৰ বিৰুদ্ধে এক উমৈহতীয়া ফ্ৰণ্ট গঢ়িবলৈ বিৰোধী দলসমূহৰ প্ৰথমখন বৈঠকৰ পিছত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে সকলো বিৰোধী নেতাই বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিবলৈ সন্মত হৈছে। 

এই বৈঠক সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতীয় জনতা পাৰ্টিয়ে তীব্ৰ আক্ৰমণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বৈঠকক “ফটো চেচন” বুলি অভিহিত কৰি কয় যে বিভিন্ন বিৰোধী দল কেতিয়াও একত্ৰিত হ’ব নোৱাৰে। 

বিজেপিৰ সাংসদ সুশীল মোদীয়ে কয়, ‘এয়া ‘গঠবন্ধনৰ গাথবন্ধন’। তেওঁলোকৰ কোনো নীতি নাই, আৰু সকলোৱেই দুৰ্নীতিৰ সৈতে জড়িত”।

বৈঠকৰ সময়ত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে “কংগ্ৰেছক বিহাৰৰ পৰা কেতিয়াও পৃথক কৰিব নোৱাৰি”।

লগতে দেশৰ বিভিন্ন প্ৰান্তৰ বিৰোধী দলৰ নেতাসকলক একত্ৰিত কৰাত ৰাহুল গান্ধীৰ যথেষ্ট ভূমিকা আছিল বুলিও তেওঁ কয়। 

বিৰোধী দলৰ যৌথ বৈঠকৰ পূৰ্বে পাটনাৰ কংগ্ৰেছ কাৰ্যালয়ত দলীয় কৰ্মীসকলক সম্বোধন কৰি খৰ্গেই কয় যে বিহাৰত আমি জয়ী হ’লে সমগ্ৰ ভাৰততে জয়ী হ’ব পাৰিম।

কিন্তু উল্লেখ যোগ্য কথাটো হ’ল এই বৈঠকত প্ৰকাশ পাইছে আম আদমী পাৰ্টিৰে কংগ্ৰেছৰ মতানৈক্যৰ কথা। প্ৰায়বোৰ বিৰোধী শক্তি কংগ্ৰেছৰ লগত একত্ৰিত হৈ বিজেপিক শাসনৰ পৰা উফৰাবলৈ সাজু হোৱাৰ বিপৰীতে আম আদমী পাৰ্টিয়ে কংগ্ৰেছৰ সৈতে একত্ৰিত হোৱাৰ ক্ষেত্ৰত প্ৰকাশ কৰিছে অনিচ্ছা।

প্ৰথমখন বৈঠক সফল হোৱা বুলি দাবী কৰি বিৰোধী নেতৃবৃন্দই পৰৱৰ্তী বৈঠকখন অহা ১২ জুলাইত হিমাচল প্ৰদেশৰ চিমলা অনুষ্ঠিত কৰিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd