• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২৪-ৰ লোকসভা নিৰ্বাচনত বিজেপিক উৎখাতৰ লক্ষ্য; ঐক্যবদ্ধভাৱে কাম কৰাৰ সংকল্প ৰাজ্যৰ সন্মিলিত বিৰোধীৰ

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 27, 2023 12:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক ২০২৪-ৰ লোকসভা নিৰ্বাচনত কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰক উৎখাত কৰাৰ লক্ষ্যৰে বৃহস্পতিবাৰে অসমৰ সংযুক্ত বিৰোধী মঞ্চৰ নেতাসকলে ঐক্যবদ্ধভাৱে কাম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ  হৈছে।

অসমত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈকে বিৰোধী দলসমূহে একেলগে কাম কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে

সংযুক্ত বিৰোধী মঞ্চৰ নেতাসকলে মহানগৰীৰ হোটেল লিলিত সকলো ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলৰ সভাপতিৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈছিল।

Apply Now

দুটা নতুন দল- শিৱসেনা আৰু অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স (এপিএইচএলচি)ৰ যোগদানৰ লগে লগে সংযুক্ত বিৰোধী মঞ্চৰ শক্তি ১৫টালৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকে বিৰোধী মঞ্চৰ সৈতে হাত মিলাইছিল।

লগতে পঢ়কঃ আদৰ্শ আচৰণ বিধি উলংঘা; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

বৈঠকত অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ বিৰুদ্ধে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি স্পষ্ট কৰি দিয়ে।

বৈঠকৰ অন্তত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে সাংবাদিকৰ আগত কয় যে, ‘ৰাইজৰ দলে আগন্তুক লোকসভা নিৰ্বাচনত কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰিবলৈ ইতিমধ্যে সংকল্প লৈছে, কিন্তু আমি সংযুক্ত বিৰোধী মঞ্চৰ সৈতে যৌথভাৱে কাম কৰি নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিম।‘

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ বেদাব্ৰত বৰাই জনায়, ‘নৱেম্বৰ মাহত ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী বৈঠকত ৰাজনৈতিক দলৰ সকলো সভাপতিৰে গঠিত সমন্বয় সমিতি গঠনৰ সিদ্ধান্তও নেতাসকলে গ্ৰহণ কৰে। মঞ্চখনে অতি সোনকালে মহানগৰীত এটা কাৰ্যালয় আৰু এটা মিডিয়া চেণ্টাৰো মুকলি কৰিব।’

ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ আটাইকেইটাতে মঞ্চৰ বৈঠক অনুষ্ঠিত হ’ব৷

লগতে পঢ়কঃ আৰ্থিক সংকটত টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষক গ্ৰেগ চেপেল! ধন সংগ্ৰহ কৰিছে বন্ধুবৰ্গই

সংযুক্ত বিৰোধীয়ে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ভূমি আগ্ৰাসনৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উমৈহতীয়া নূন্যতম কাৰ্যসূচী (চিএমপি)ৰ বাবে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাক মঞ্চৰ পৰৱৰ্তী বৈঠকত উত্থাপন হ’বলগীয়া খচৰা প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

ৰাজ্যসভাৰ সাংসদ তথা অসম জাতীয় দলৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগনামাৰ খচৰা প্ৰস্তুত কৰি মঞ্চৰ পৰৱৰ্তী বৈঠকত দাখিল কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

লগতে পঢ়কঃগাড়ীত দেখা দিছে ত্ৰুটী! ৭.৫১ লাখ SUV ঘুৰাই নিয়াৰ সিদ্ধান্ত Toyotaৰ

বৈঠকত আগন্তুক নিৰ্বাচনৰ বাবে এক ঐক্যবদ্ধ কৰ্ম পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হয়।

ইণ্ডিয়া ব্লক গঠনৰ পূৰ্বে যোৱা ৯ মাৰ্চত সংযুক্ত বিৰোধী মঞ্চই এখন বৈঠকত অহা বছৰৰ লোকসভা নিৰ্বাচন আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজ্যখনত ‘দুটা স্তৰৰ মিত্ৰতা’ৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

বেদব্ৰত বৰাই কয়, ‘আগন্তুক নিৰ্বাচনত অধিক আসনৰ দাবী কৰি নিৰ্বাচন খেলিব নোৱাৰিব বুলি সকলো দলেই বুজাবুজিত উপনীত হৈছে। আমি নিশ্চিত যে ৰাজ্যত টিকটৰ বাবে কোনো ধৰণৰ সংঘাতপূৰ্ণ পৰিস্থিতি নহ’ব।’

লগতে পঢ়কঃলোকসভাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে, ৰাইজৰ দলৰ সৰ্বোচ্চ ত্যাগ!

তেওঁ কয়, ‘আমি বিজেপি আৰু ইয়াৰ মিত্ৰ দলৰ বিৰুদ্ধে প্ৰতিখন আসনত আমাৰ মঞ্চৰ পৰা এজনকৈ বিৰোধী প্ৰাৰ্থী প্ৰক্ষেপ কৰিম। আমি এআইইউডিএফক লৈ চিন্তিত নহয়।’

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd