DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অবিলম্বে CAA প্ৰত্যাহাৰ কৰক; ছোনিয়া গান্ধীৰ নেতৃত্বত ৰাষ্ট্ৰপতিৰ ওচৰত বিৰোধীৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2019 8:17 pm
Opposition party

বিৰোধী দলৰ প্ৰতিনিধিসকল

300
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব(সংশোধী)আইনৰ বিৰোধিতাৰে উত্তৰ-পূবকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি হোৱাৰ সময়ত ৰাষ্ট্ৰপতিৰ দ্বাৰস্থ হৈছে বিৰোধী দলৰ প্ৰতিনিধিসকল।

মঙলবাৰে কংগ্ৰেছৰ কাৰ্য্যকৰী সভানেত্ৰী ছোনিয়া গান্ধীৰ নেতৃত্বত ৰাষ্ট্ৰপতি ভৱনলৈ যায় তৃণমূল-ডি এম কে-বাম-আৰজেডিৰ প্ৰতিনিধিসকল।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ওচৰত উপস্থিত হৈ শীঘ্ৰে এই আইন প্ৰত্যাহৰ কৰাৰ বাবে আবেদন জনাই প্ৰতিনিধি দলটোৱে।

নাগৰিকত্ব (সংশোধনী) আইন প্ৰত্যাহাৰ নকৰিলে দেশৰ পৰিস্থিতি আৰু অধিক শোচনীয় হ’ব পাৰে বুলি ৰাষ্ট্ৰপতিৰ ওচৰত শংকা ব্যক্ত কৰে প্ৰতিনিধি দলটোৱে।

ৰাষ্ট্ৰপতি ভৱনৰ পৰা ওলাই আহি কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে দেশৰ পৰিস্থিতি লক্ষ্য কৰি ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে আশ্বাস দিছে বুলি জানিবলৈ দিয়ে।

প্ৰতিনিধি দলটোত ছোনিয়া গান্ধীৰ লগতে কংগ্ৰেছৰ কপিল ছিব্বাল, এ কে এণ্টনি, আনন্দ শৰ্মা, তৃণামূলৰ ডেৰেক ও’ব্ৰায়েন, চিপিএমৰ সীতাৰাম য়েচুৰী, চিপিআইৰ ডি ৰাজাকে ধৰি বিভিন্ন দলৰ সেতাসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে, নাগৰিকত্ব (সংশোধনী)আইনৰ বিৰোধিতাৰে উত্তৰ-পূবত প্ৰবল প্ৰতিবাদ অব্যাহত আছে।

প্ৰশাসনে প্ৰতিবাদকাৰী সকলক দমণৰ বাবে অসমত ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিছে।

Recent News

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd