• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চন্দ্ৰৰ শেহতীয়া ছবি পঠালে চন্দ্ৰযান-২ৰ অৰ্বিটাৰে; চাঞ্চল্যকৰ তথ্য লাভ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2019 1:58 pm
ISRO Chandrayan-2 Image

চন্দ্ৰযান-২ য়ে প্ৰেৰণ কৰা চন্দ্ৰৰ শেহতীয়া ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই চন্দ্ৰৰ এলানি অতি স্পষ্ট ছবি শ্বেয়াৰ কৰিছে। ছবিখিনিক লৈ বিজ্ঞানী মহলত তীব্ৰ কৌতুহলৰ সৃষ্টি হৈছে।

চন্দ্ৰপৃষ্ঠত বিক্ৰম বিধ্বস্ত হ’লেও অৰ্বিটাৰ এতিয়াও সক্ৰিয় হৈ আছে।

Apply Now

চন্দ্ৰযান-২ৰ এই অৰ্বিটাৰে ছবিসমূহ প্ৰেৰণ কৰিছে। হাই ৰিজিউলেশ্যন কেমেৰাৰ (OHRC)জৰিয়তে প্ৰায় ১০০ কিলোমিটাৰ উচ্চতাৰ পৰা এই ছবিসমূহ তোলা হৈছে।

যোৱা ৭ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত বিক্ৰম লেণ্ডাৰৰ মসৃন অৱতৰণ হোৱাৰ কথা আছিল। কিন্তু অৱতৰণৰ প্ৰাক মুহূৰ্ততে বিক্ৰম ইছৰোৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়।

তাৰ পাছৰে পৰা বিক্ৰমৰ সৈতে যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰে। পাছত চন্দ্ৰযানৰ অৰ্বিটাৰৰ জৰিয়তে ইয়াৰ থাৰ্মেল ইমেজ পোৱা যায়।

জানিব পৰা মতে, নিৰ্ধাৰিত লক্ষ্যৰ মাথোঁ ৫০০ মিটাৰ দূৰত বিক্ৰমৰ ‘হাৰ্ড লেণ্ডিং’ ঘটে। এই খবৰে দেশবাসীক আশাহত কৰি তোলে।

পিচে, আশা এৰি দিয়া নাই ইছৰোই। কিয়নো এতিয়াও সক্ৰিয় হৈ আছে অৰ্বিটাৰ। অৱশেষত সেই অৰ্বিটাৰেই চন্দ্ৰপৃষ্ঠৰ কাৰ্যকলাপ পৃথিৱীলৈ প্ৰেৰণ কৰিছে।

#ISRO
Have a look at the images taken by #Chandrayaan2‘s Orbiter High Resolution Camera (OHRC).
For more images please visit https://t.co/YBjRO1kTcL pic.twitter.com/K4INnWKbaM

— ISRO (@isro) October 4, 2019

অৰ্বিটাৰে চন্দ্ৰৰ দক্ষিণ দিশৰ যি ছবি পঠিয়াইছে তাত চন্দ্ৰৰ পিঠিত শিল দেখা গৈছে। ইয়াৰ স্পেক্ট্ৰ’মিটাৰে চন্দ্ৰ মাটিত খনিজ পদাৰ্থৰ সন্ধান লাভ কৰিছে।

তদুপৰি, অর্বিটাৰে চাৰ্জড পাৰ্টিক’ল (প্ৰ’টন-ইলেকট্ৰন)ৰ সালসলনিৰ প্ৰতি লক্ষ্য ৰাখিছে।

অৰ্বিটাৰৰ লাৰ্জ এৰিয়া ছফট এক্স-ৰে স্পেক্ট্ৰ’মিটাৰৰ তথ্য অনুসৰি দক্ষিণ পৃষ্ঠত চন্দ্ৰৰ ধূলি বা ৰেগ’লিথৰ (Regolith) মাজত আছে ছোডিয়াম, কেলছিয়াম, এল্যুমিনিয়াম, ছিলিকন, টাইটেনিয়াম আৰু আইৰণৰ দৰে খনিজ পদাৰ্থ।

ইয়াৰ অনু-পৰমানুৰ মাজত নিৰৱিচ্ছিন্ন সংঘৰ্ষ চলিছে। ইলেকট্ৰনৰ বাবেই এনেকুৱা হৈছে বুলি বিজ্ঞানীসকলে দাবী কৰিছে।

এই ৰেগলিথৰ মাজতে মেটেল অৱজেক্ট বা ধাতৱীয় পদাৰ্থৰ চিহ্নও আছে। বিজ্ঞানীসকলে অনুমান কৰিছে যে লেণ্ডাৰ বিক্ৰম এই অঞ্চলৰে কোনোবা কোণত পৰি আছে।

অৰ্বিটাৰে অৱশ্যে এই সন্দৰ্ভত কোনো স্পষ্ট ধাৰণা দিব পৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd