• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টংলাত পুনৰ কৃষক বিদ্ৰোহৰ উকমুকনি: জলসিঞ্চনৰ সংমণ্ডল কাৰ্যালয় বিলুপ্তকৰণৰ প্ৰতিবাদ

চাজিদ খান by চাজিদ খান
September 6, 2021 8:49 pm
rhinoo
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰ আৰু বিটিআৰ পৰিষদে ওদালগুৰি জিলাৰ টংলা জলসিঞ্চন সংমন্ডলৰ কাৰ্যালয় বিলুপ্তকৰণ কৰিবলৈ ওলোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ লগতে টংলা জলসিঞ্চন সংমন্ডলৰ ঠিকাদাৰ সন্থা গৰজি উঠিছে।

এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি টংলা জলসিঞ্চন অতিথিশালাত টংলা জলসিঞ্চন ঠিকাদাৰ সন্থাৰ আহ্বান মৰ্মে অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা।

Apply Now

টংলা জলসিঞ্চন ঠিকাদাৰ সন্থাৰ সভাপতি ড০হৰিৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি আক্ৰাছু ওদালগুৰি জিলা সমিতি পশ্চিমৰ সভাপতি হেমন্ত বড়া কোচে কয় যে টংলা জলসিঞ্চন সংমন্ডল কাৰ্যালয় কোনো কাৰণেই বিলুপ্তি ঘটাবলৈ দিয়া নহ’ব।

প্ৰয়োজনত পুনৰ কৃষক বিদ্ৰোহৰ উকমুকনি ঘটিব বুলিও সকীয়াই দিয়ে।কৃষক ৰাইজৰ লগতে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা টংলা জলসিঞ্চন সংমন্ডল কায্যালয় বিলুপ্ত কৰিবলৈ লোৱা কায্যত তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

টংলা জলসিঞ্চন সংমন্ডলৰ কায্যালয় বিলুপ্ত ঘটোৱাৰ নামত কৃষকৰ লগতে ৰাইজক আঘাট হানিব পৰা কাম নকৰে তাৰ প্ৰতিও চৰকাৰৰ লগতে বি টি আৰ কতৃপক্ষক সকীয়াই দিয়ে।

সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ উপ-সভাপতি নিলয় চলিহাই ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি কয় যে যিকোনো মূল্যৰ বিনিময়ত চৰকাৰে গ্ৰহণ কৰা এনে হঠকাৰী সিদ্ধান্ত মনিলোৱা নহব আৰু  তীব্ৰ আন্দোলন গঢ়ি তোলাৰ লগতে কৃষক সকলৰ জীৱন- জীৱিকাৰ ওপৰত প্ৰভাৱ পেলাব পৰা কাৰ্যৰ বিৰুদ্ধে মাৰবান্ধি ঠিয় হবলৈ ৰাইজলৈ আহ্বান জনায়।

নিখিল ৰাভা ছাত্র সন্থা টংলা আঞ্চলিক সমিতি, সদৌ অসম ছাত্ৰ সন্থাৰ টংলা আঞ্চলিক সমিতিৰ সভাপতি প্ৰাঞ্জল ডেকা, নিখিল বড়ো ছাত্র সন্থা টংলা আঞ্চলিক সমিতিৰ সভাপতি ৰাজীৱ বড়োয়ে চৰকাৰৰ এই কাৰ্য্যৰ তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে অসম চৰকাৰৰ তথা বিটিআৰ চৰকাৰক জনগণৰ বিপৰীতে কাম নকৰিবলৈ আহবান জনায়।

আনহাতে সভাৰ পিছতে জলসিঞ্চন বিভাগৰ ঠিকাদাৰ সন্থাৰ নেতৃত্বত সাতটা ছাত্র সংগঠনে টংলা জলসিঞ্চন সংমণ্ডল কাৰ্যালয় প্ৰাঙ্গনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm
নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd