• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাট জিলাৰ চাহ বাগিচাসমূহত বাহিৰা লোকে প্ৰৱেশ কৰিলেই ১৪ দিনৰ হোম কোৱাৰেণ্টাইন

প্ৰতিটো আছুতীয়াকৰণ কেন্দ্ৰত দৈনিক চিকিৎসকে দুবাৰ প্ৰৱেশ কৰি চাব লাগিব ৰোগী

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
June 8, 2021 7:32 pm
IMG-20210608-WA0013

গোলাঘাটত চাহ বাগিচাৰ প্ৰৱন্ধকসকলৰ সৈতে উপায়ুক্তৰ বৈঠক। ফটো: নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলাৰ চাহ বাগিচাসমূহত বাহিৰা লোকৰ প্ৰৱেশক লৈ বাগিচা কৰ্তৃপক্ষক কঠোৰ হোৱাৰ নিৰ্দেশ দিছে জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে।

আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত উপায়ুক্তগৰাকীয়ে এই নিৰ্দেশ দিয়ে।

Apply Now

গোলাঘাট আৰু সৰুপথাৰৰ চাহ বাগিচাৰ প্ৰৱন্ধকসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত সিঙে কয় যে কোনোবা বাহিৰৰ পৰা আহিলেও ১৪ দিনৰ হোম কোৱাৰেন্টাইনত থাকিব লাগিব।

প্ৰয়োজন হ’লে বাগানসমূহৰ প্ৰৱেশ আৰু প্ৰস্থান পথত অতিৰিক্ত মানুহ নিয়োগ কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়।

তেওঁ লগতে চাহ বাগিচাসমূহৰ লক্ষণ নথকা শ্ৰমিককো আকস্মিকভাৱে পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়ে। দৈনিক চাহ বাগিচাৰ মুঠ জনসংখ্যাৰ দশমিক ৩ শতাংশ পৰীক্ষা কৰাৰ উপৰি অন্য লোককো পৰীক্ষা কৰিবলৈ তেওঁ আহ্বান জনায়।

বাগিচা এলেকাসমূহ বীজাণুমুক্তকৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰি তেওঁ চাহ বাগিচাৰ আছুতীয়াকৰণ কেন্দ্ৰসমূহত বিদ্যুৎ, খোৱা পানী, শৌচাগাৰ আদিৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত গুৰুত্ব দিয়াৰ নিৰ্দেশ দিয়ে।

তেওঁ কয় যে প্ৰতিটো আছুতীয়াকৰণ কেন্দ্ৰত দৈনিক চিকিৎসকে দুবাৰ প্ৰৱেশ কৰি ৰোগী চাব লাগিব।

বাগিচাৰ শ্ৰমিকে পাত তোলা, পাত জোখা আৰু খোৱা-বোৱাৰ সময়ত সামাজিক দূৰত্ব যাতে মানি চলে তাৰ প্ৰতি বিশেষভাৱে চকু ৰাখিবলৈও উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে।

আনহাতে, সজাগতা সৃষ্টিৰ বিষয়ত গুৰুত্ব আৰোপ কৰি তেওঁ চাহ জনগোষ্ঠীৰ সংগঠনসমূহক সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়। তেওঁ ক’ভিডৰ লক্ষণ দেখা পালেই পৰীক্ষা কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

উপায়ুক্তগৰাকীয়ে কয় যে চাহ বাগিচাৰ ক’ভিড ৰোগী ক’ত থাকিব কেৱল চিকিৎসকেহে সিদ্ধান্ত ল’ব। ৰোগীৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি ক’ভিড কেয়াৰ চেণ্টাৰ অথবা চিকিৎসালয়ত ভৰ্তি কৰোৱা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

আজিৰ বৈঠকত অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, কুলদ্বীপ হাজৰিকা আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তৰ লগতে চক্ৰ বিষয়াসকলো উপস্থিত আছিল।

Tags: COVID-19
মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 17, 2026 5:08 pm
ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

August 17, 2026 4:41 pm
অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

August 17, 2026 4:22 pm
বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

August 17, 2026 3:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 17, 2026 5:08 pm
ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

August 17, 2026 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd