• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এতিয়ালৈকে ১ কোটিৰো অধিক লোকৰ কৰা হৈছে ক’ভিড-১৯ৰ পৰীক্ষা : ICMR

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 6, 2020 4:18 pm

1 min read

এতিয়ালৈকে ১ কোটিৰো অধিক লোকৰ কৰা হৈছে ক’ভিড-১৯ৰ পৰীক্ষা : ICMR
8.9k
VIEWS
Share on FacebookShare on Twitter

ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ চমুকৈ ICMR-এ সোমবাৰে প্ৰকাশ কৰা অনুসৰি ভাৰতত এতিয়ালৈকে ১ কোটিৰো অধিক লোকৰ ক’ৰ’নাৰ টেষ্ট কৰা হৈছে।

উল্লেখ্য যে স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰা তথ্যত কোৱা হৈছে যে এটা দিনত ২৪,২৪৮ গৰাকীকৈ লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোত ভাৰতত আক্ৰান্তৰ সংখ্যা ৭ লাখ হ’বগৈ পাৰে।

ভাৰতত কালিৰ দিনটোত মৃত্যু হৈছে ৪২৫ গৰাকী ৰোগী। মৃত্যুৰ সৰ্বমুঠ সংখ্যা ১৯,৬৯৩ লৈ বৃদ্ধি পালে।

ICMR-ৰ মিডিয়া ক’ৰডিনেটৰ ডাঃ লোকেশ শৰ্মাই কয়, ‍‘আজি ৰাতিপুৱা ১১ বজা পৰ্যন্ত ভাৰতত ১,০০,০৪,১০১ গৰাকী লোকৰ টেষ্ট সম্পন্ন কৰা হৈছে। ৫ জুলাইৰ দিনটোত ১,৮০,৫৯৬ গৰাকী লোকৰ টেষ্ট কৰা হয়’।

উল্লেখনীয় যে, ভাৰতত বৰ্তমান ক’ভিড-১৯ টেষ্টিং লেব আছে ১,১০৫ টা। ইয়াৰে ৭৮৮ টা ৰাজহুৱা খণ্ডৰ আৰু ৩১৭ টা ব্যক্তিগত খণ্ডৰ।

‍‘বিগত ১৪ দিনৰ পৰা গড় হিচাপত প্ৰতিদিনে প্ৰায় ২,০০,০০০ চেম্পল টেষ্ট কৰা হৈ আছে’, বুলি জানিবলৈ দিয়ে ডাঃ শৰ্মাই।

Recent News

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd